Top
Begin typing your search above and press return to search.

ফৰলেন পথত উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে গড়কাপ্টানীৰ নিবিদা আহ্বান

ফৰলেন পথত উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে গড়কাপ্টানীৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-09T20:42:43+05:30

প্ৰেছ টোকা

গড়কাপ্টানী (ৰাষ্ট্ৰীয় ঘাইপথ-কৰ্ম)বিভাগৰ গুৱাহাটীৰ চান্দমাৰীৰ মুখ্য অভিযন্তাই ৰাষ্ট্ৰীয় ঘাইপথত কামৰ বাবে অসমৰ ৰাজ্যপালৰ হৈ নিবিদা আহ্বান কৰিছে।

কামৰ নামঃ তেজপুৰৰ মিছন চাৰিআলিত ফৰলেন উৰণীয়া সেঁতুৰ নিৰ্মাণ।

কামৰ মূল্যঃ ২,৭,৩৯০.২৭ লাখ টকা ।

নিবিদাকাৰীয়ে ই-টেণ্ডাৰিং পৰ্টেল assamtenders.gov.in-ত প়্জীয়ন কৰাবই লাগিব।

কোনো তথ্য জানিবলৈ নিবিদাকাৰীয়ে assamtenders.gov.in চাব পাৰে বা নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।

স্বাক্ষৰঃ

মুখ্য অভিযন্তা, গড়কাপ্টানী( ৰাষ্ট্ৰীয় ঘাইপথ-কৰ্ম), অসম, চান্দমাৰী, গুৱাহাটী-০৩।

Next Story