ফৰলেন পথত উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে গড়কাপ্টানীৰ নিবিদা আহ্বান

ফৰলেন পথত উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে গড়কাপ্টানীৰ নিবিদা আহ্বান

                                                                                        প্ৰেছ টোকা

গড়কাপ্টানী (ৰাষ্ট্ৰীয় ঘাইপথ-কৰ্ম)বিভাগৰ গুৱাহাটীৰ চান্দমাৰীৰ মুখ্য অভিযন্তাই ৰাষ্ট্ৰীয় ঘাইপথত কামৰ বাবে অসমৰ ৰাজ্যপালৰ হৈ নিবিদা আহ্বান কৰিছে।

কামৰ নামঃ তেজপুৰৰ মিছন চাৰিআলিত ফৰলেন উৰণীয়া সেঁতুৰ নিৰ্মাণ।

কামৰ মূল্যঃ ২,৭,৩৯০.২৭ লাখ টকা ।

নিবিদাকাৰীয়ে ই-টেণ্ডাৰিং পৰ্টেল assamtenders.gov.in-ত প়্জীয়ন কৰাবই লাগিব।

কোনো তথ্য জানিবলৈ নিবিদাকাৰীয়ে assamtenders.gov.in চাব পাৰে বা নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।

স্বাক্ষৰঃ

মুখ্য অভিযন্তা, গড়কাপ্টানী( ৰাষ্ট্ৰীয় ঘাইপথ-কৰ্ম), অসম, চান্দমাৰী, গুৱাহাটী-০৩।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com