নিৰ্মাণ-মেৰামতি-পুনৰ নিৰ্মাণৰ কামৰ বাবে গড়কাপ্টানীৰ নিবিদা আহ্বান

নিৰ্মাণ-মেৰামতি-পুনৰ নিৰ্মাণৰ কামৰ বাবে গড়কাপ্টানীৰ নিবিদা আহ্বান

এ পি ডব্লিউ(গৃহ)ৰ পঞ্জীয়নকৃত ঠিকাদাৰৰ পৰা নিম্নোক্ত কামৰ বাবে গড়কাপ্টানী বিভাগে বন্ধ খামত নিবিদা আহ্বান কৰিছে ৷ এফ-2 প-পত্ৰৰ নিবিদা নথিত অপ্ৰত্যৰ্পিত ৮.২৫টকাৰ আদালতৰ মাচুলযুক্ত ষ্টাম্প লগাব লাগিব ৷ইয়াৰ ম্যাদ ১৮০দিনৰ হ'ব লাগিব ৷ নিবিদা নথি নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত ০৩-০৯-২০২০ৰপৰা ১০-০৯-২০২০লৈ প্ৰদান কৰা হ'ব আৰু নিবিদা ১১-০৯-২০২০লৈ গ্ৰহণ কৰা হ'ব ৷ উক্ত দিনা দিনৰ ২বজাত নিবিদা মুকলি কৰা হ'ব ৷

আই পি অ' আৰু নিবিদাৰ আমানতৰ ধন" কাৰ্যবাহী অভিযন্তা, গড়কাপ্টানী বিভাগ, পি চি চি শাখা, দিছপুৰ, গুৱাহাটী-৬ এই ঠিকনাত পাব লাগিব ৷

স্বাক্ষৰঃ কাৰ্যবাহী অভিযন্তা, গড়কাপ্টানী বিভাগ

পি চি চি শাখা

দিছপুৰ, গুৱাহাটী-৬ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com