কামৰূপ(ম)ত কামৰ বাবে গড়কাপ্টানী পথৰ নিবিদা আহ্বান

কামৰূপ(ম)ত কামৰ বাবে গড়কাপ্টানী পথৰ নিবিদা আহ্বান

গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তা (পথ)-ই অসমৰ ৰাজ্যপালৰ হৈ অৰ্হতাসম্পন্ন আৰু অনুমোদিত ঠিকাদাৰৰ পৰা কামৰূপ মহানগৰ জিলাত এছ অ' পি ডিৰ অধীনত ২০২০-২১ৰ এটা কামৰ বাবে নিবিদা বিচাৰিছে। অৱশ্যে কৰ্তৃত্বশীল কৰ্তৃপক্ষই এতিয়াও কামৰ অনুমোদন জনোৱা নাই । কামৰ অনুমোদন নহলে নিবিদা বাতিল হব পাৰে আৰু এই ক্ষেত্ৰত কোনো ওজৰ-আপত্তি গ্ৰহণ কৰা নহ'ব ।

সবিশেষ assamtenders.gov.in-ত পাব পাৰে। তদুপৰি নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ City Works Cell-ত  সকলো কৰ্মদিনত পাব।

স্বাক্ষৰঃ মুখ্য অভিযন্তা, গড়কাপাটানী(পথ), অসম, চান্দমাৰী, গুৱাহাটী-০৩ । 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com