গড়কাপ্টানী বিভাগ(পথ)ৰ পূব মণ্ডলৰ নিবিদা আহ্বান

গড়কাপ্টানী বিভাগ(পথ)ৰ পূব মণ্ডলৰ নিবিদা আহ্বান

ডিব্ৰুগড়স্থিত গড়কাপ্টানী বিভাগ(পথ)ৰ পূব মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাই অসমৰ ৰাজ্যপালৰ হৈ অসমৰ গড়কাপ্টানী বিভাগ(পথ)-ৰ অনমোদিত আৰু অৰ্হতাসম্পন্ন ঠিকাদাৰ (প্ৰথম শ্ৰেণী- ক আৰু খ)ৰ পৰা যোৰহাট বিধানসভা সমষ্টিত ২০১৯-২০ত এছ অ' পি ডিৰ অধীনত ১ নম্বৰ পথৰ পুনৰ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিছে। এই কামৰ আনুমানিক মূল্য ২৫৪.৯৭লাখ টকা।

এই নিবিদাৰ সবিশেষ https://assamtenders.gov.in-ত আৰু নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত কাৰ্যালয় চলি থকাৰ সময়ত চাব পাৰে।

স্বাক্ষৰঃ

অতিৰিক্ত মুখ্য অভিযন্তা, গড়কাপ্টানী বিভাগ (পথ), পূব মণ্ডল, ডিব্ৰুগড়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com