নাজিৰ আলী পথৰ উন্নয়নৰ বাবে গড়কাপ্টানী বিভাগৰ নিবিদা আহ্বান

নাজিৰ আলী পথৰ উন্নয়নৰ বাবে গড়কাপ্টানী বিভাগৰ নিবিদা আহ্বান

                                                                                                       নিবিদা বিচাৰি প্ৰেছ জাননী

গড়কাপ্টানী বিভাগ(পথ)ৰ মুখ্য অভিযন্তাই অসমৰ ৰাজ্যপালৰ হৈ অসমৰ গড়কাপ্টানী বিভাগৰ পঞ্জীয়নভুক্ত ঠিকাদাৰৰ পৰা নাজিৰ আলি পথৰ উন্নয়নৰ বাবে নিবিদা আহ্বান কৰিছে। এই কাম ২০১৯-২০ৰ চি আই ডি এফৰ অধীনত যোৰহাটত হব। কাম চেনেল ০.০০ এমৰ পৰা চেনেল ৮৮২.০০এম লৈ হব।

এই নিবিদা জাননীৰ সবিশেষ assamtenders.gov.in আৰু নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ যোগাযোগ শাখাত কাৰ্যালয় চলি থকাৰ সময়ত ২১-০৯-২০২০-ৰ পৰা ০৫-১০-২০২০লৈ চাব পাৰিব।

স্বাক্ষৰঃ

মুখ্য অভিযন্তা, গড়কাপ্টানী বিভাগ(পথ), অসম, চান্দমাৰী, গুৱাহাটী-৩। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com