পথৰ কামৰ বাবে গড়কাপ্টানীৰ নিবিদা আহ্বান

পথৰ কামৰ বাবে গড়কাপ্টানীৰ নিবিদা আহ্বান
Published on: 

গড়কাপ্টানী বিভাগৰ তেজপুৰ মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাই অসমৰ ৰাজ্যপালৰ হৈ ২০২০-২১ বৰ্ষত বঢ়মপুৰ সমষ্টিত এছ অ' পি ডি(জি)ৰ অধীনত পথ প্ৰকল্পৰ এটা কামৰ বাবে অসম গড়কাপ্টানী বিভাগৰ অনুমোদিত আৰু উপযুক্ত ঠিকাদাৰৰ পৰা নিবিদা আহ্বান কৰিছে। এই নিবিদাত অংশ লোৱা ঠিকাদাৰ প্ৰথম শ্ৰেণী( এ আৰু বি)-ৰ হব লাগিব।

ঠিকাৰ মূল্যঃ জি এছ টিসহ ২০৩.৩২ লাখ টকা (আনুমানিক)।

টোকাঃ এই নিবিদাৰ সবিশেষ তথ্য www.assamtenders.gov.in-ত চাব পাৰে। সংশোধনী আৰু সংযোজনো এই ৱেবছাইটতে উপলব্ধ হ'ব। তদুপৰি নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়তো নিবিদাৰ সবিশেষ পাব।

স্বাক্ষৰঃ অতিৰিক্ত মুখ্য অভিযন্তা, গড়কাপ্টানী বিভাগ, তেজপুৰ মণ্ডল, তেজপুৰ।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com