Top
Begin typing your search above and press return to search.

ৰিয়েল ইষ্টেট নিয়ন্ত্ৰক কৰ্তৃপক্ষ, অসমৰ নিবিদা আহ্বান

ৰিয়েল ইষ্টেট নিয়ন্ত্ৰক কৰ্তৃপক্ষ, অসমৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Sep 2020 3:24 PM GMT

নিবিদা জাননী

ৰিয়েল ইষ্টেট নিয়ন্ত্ৰক কৰ্তৃপক্ষ, অসমে ইউ পি এছ, প্ৰিণ্টাৰসহ তিনিটা ডেস্কটপ ছেট আৰু তিনিটা লেপটপ ছেট যোগানৰ বাবে নিবিদা আহ্বান কৰিছে।

এই সামগ্ৰীসমূহ ৰিয়েল ইষ্টেট নিয়ন্ত্ৰক কৰ্তৃপক্ষৰ গুৱাহাটীৰ জৱাহৰনগৰস্থিত বড়োলেণ্ড হাউছৰ ওচৰৰ কাৰ্যালয়ত জমা দিব লাগিব।

তাৰিখঃ ০৮-০৯-২০২০।

জমা দিয়াৰ শেষ তাৰিখঃ ২৪-০৯-২০২০।

স্বাক্ষৰঃ সচিব।

ৰিয়েল ইষ্টেট নিয়ন্ত্ৰক কৰ্তৃপক্ষ, অসম।

Next Story