ব্যৱহৃত উত্তৰবহী আৰু অলাগতিয়াল কাকত বিক্ৰীৰ বাবে ছেবাৰ নিবিদা আহ্বান

ব্যৱহৃত উত্তৰবহী আৰু অলাগতিয়াল কাকত বিক্ৰীৰ বাবে ছেবাৰ নিবিদা আহ্বান
Published on: 

অসম মাধ্যমিক শিক্ষা বৰ্ডে ২০২০ৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ব্যৱহৃত উত্তৰবহী আৰু অলাগতিয়াল কাকত বিক্ৰীৰ বাবে পঞ্জীয়নকৃত ফাৰ্ম বা কাকত মিল বা পক্ষৰ পৰা ই-নিবিদা আহ্বান কৰিছে।

সম্পূৰ্ণ ই-নিবিদা নথি ছেবাৰ ৱেবছাইট www.sebaonline.org-ৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

নিবিদা জমা দিয়াৰ শেষ তাৰিখঃ ০৯-১০-২০২০ৰ দিনৰ ২ বজা।

স্বাক্ষৰঃ সচিব, ছেবা।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com