Begin typing your search above and press return to search.

কেৱল বেৱছাইটতহে প্ৰকাশ পাব নীপক'ৰ নিবিদা জাননী

কেৱল বেৱছাইটতহে প্ৰকাশ পাব নীপকৰ নিবিদা জাননী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2020 2:47 PM GMT

এতিয়াৰে পৰা কেৱল নীপক' অৰ্থাৎ উত্তৰ-পূব জলবিদ্যুৎ শক্তি নিগমৰ নিবিদা জাননী কেৱল প্ৰতিষ্ঠানটোৰ ৱেবছাইটতহে প্ৰকাশ পাব ৷ কোনো বাতৰি কাকতত প্ৰকাশ নাপায়। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি এতিয়াৰে পৰা ইয়াৰ নিবিদা জাননী www.neepco.co.in আৰু https://eprocure.gov.in-ত প্ৰকাশ পাব।

Next Story