কেৱল বেৱছাইটতহে প্ৰকাশ পাব নীপক'ৰ নিবিদা জাননী

কেৱল বেৱছাইটতহে প্ৰকাশ পাব নীপক'ৰ নিবিদা জাননী

 এতিয়াৰে পৰা কেৱল নীপক' অৰ্থাৎ উত্তৰ-পূব জলবিদ্যুৎ শক্তি নিগমৰ নিবিদা জাননী কেৱল প্ৰতিষ্ঠানটোৰ ৱেবছাইটতহে প্ৰকাশ পাব ৷ কোনো বাতৰি কাকতত প্ৰকাশ নাপায়। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি এতিয়াৰে পৰা ইয়াৰ নিবিদা জাননী www.neepco.co.in আৰু https://eprocure.gov.in-ত প্ৰকাশ পাব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com