এন এফ আৰত মেৰামতি কাৰ্য্যৰ বাবে নিবিদাৰ আহ্বান - ৪৫- এ এন জি জি - আৰ এন ৱাই - ২০২১-২২
উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰেলৱেৰ কাৰ্য্যালয় চৌহদৰ লগতে, ডিজেল শ্বেদ কাৰ্য্যালয় আৰু কৰ্মচাৰী কোৱাৰ্টাৰ আৰু অন্যান্য মেৰামতি কাৰ্য্যৰ বাবে নিবিদাৰ অধিসূচনা
দ্য চেণ্টিনেলে আপোনালৈ লৈ আহিছে উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰেলৱেৰ কাৰ্য্যালয় চৌহদৰ লগতে, ডিজেল শ্বেদ কাৰ্য্যালয় আৰু কৰ্মচাৰী কোৱাৰ্টাৰ আৰু অন্যান্য মেৰামতি কাৰ্য্যৰ বাবে নিবিদাৰ অধিসূচনা।
দ্য চেণ্টিনেল হৈছে এনে এক ৱেবচাইট যিয়ে আপোনালৈ লৈ আহে উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰেলৱেৰ কাৰ্য্যালয় চৌহদৰ লগতে, ডিজেল শ্বেদ কাৰ্য্যালয় আৰু কৰ্মচাৰী কোৱাৰ্টাৰ আৰু অন্যান্য মেৰামতি কাৰ্য্যৰ লগতে মুকলি নিবিদা, ৰাজহুৱা নিবিদা, অনলাইন নিবিদাৰ জীৱনজোৰা বিনামূলীয়া নিবিদা।
উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰেলৱেৰ বিষয়ে :
উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰেলৱে (এন এফ আৰ) হৈছে ভাৰতীয় ৰেল সেৱাৰ ১৮টা খণ্ডৰ মাজত এক অন্যতম। ৰেলৱে। এই প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় অৱস্থিত অসমৰ, গুৱাহাটীৰ, মালিগাওঁ অঞ্চলত। এই প্ৰতিষ্ঠানৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ লগতে বিহাৰ আৰু উত্তৰ পশ্চিম বেংগলৰ ৰেলৱে ভিন্ন কাৰ্য্যভাৰ আৰু সম্প্ৰসাৰণ প্ৰক্ৰিয়া পৰিচালিত কৰা হয়। ইয়াৰ মুখ্য কাৰ্যালয় পৰিচালিত কৰে সাধাৰণ ব্যৱস্থাপকে আৰু ইয়াৰ অন্তৰ্গত থকা বিভিন্ন বিভাগ যেনে, অভিযান্ত্ৰিক,মেকানিকেল, ইলেকট্ৰিকেল, চিগ্নেল আৰু তেলিকম, অপাৰেশ্যন, বাণিজ্য, সুৰক্ষা, একাউণ্ট, সুৰক্ষা, ব্যক্তিগত আৰু চিকিৎসীয় পৰিচালিত কৰে জেষ্ঠ প্ৰশাসনিক গ্ৰেড/ উচ্চ প্ৰশাসনিক গ্ৰেড বিষয়া সকলে, যিয়ে ট্ৰেন অপাৰেশ্যন সমূহত টেকনিকেল আৰু অপাৰেশ্যনেল সহযোগিতা প্ৰদান কৰে। ইয়াৰ অন্য এক শাখা নিৰ্মাণ কৰা হৈছে শিলচৰত।
নিবিদাৰ বিষয়ে :
উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰেলৱেত জ'ন নং ৮ৰ বাবে নিবিদাৰ আমন্ত্ৰণ কৰা হৈছে :
১. আৰ পি এ এন - ১২২.৩৫কিমিৰ পৰা হেলেম ২১১.০০কিমি, লগতে আৰ পি এ এন - টি জেদ টি বি খণ্ড লাইন আৰু বালিপাৰা - ভালুকপুং ব্ৰাঞ্চ লাইন।
২. আৰ পি এ এন সকলো কাৰ্য্যালয় চৌহদ, লগতে ডিজেল শ্বেদ কাৰ্য্যালয়, কৰ্মচাৰী কোৱাৰ্টাৰ, চিকিৎসালয়, ৰানিং ৰূম ৰেষ্ট হাইছেছ, সকলো কাৰ্য্যালয় আৰু কৰ্মচাৰী কাৰ্য্যালয় আৰু অন্য আন্তঃগাঠনি, অসমত।
নিবিদা জাননী :
প্ৰসঙ্গ নং | ৪৫- এ এন জি জি - আৰ এন ৱাই - ২০২১-২২ |
নিবিদা কৰ্তৃপক্ষ | উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰেলৱে |
অধিক | উত্তৰ পূৰ্বাঞ্চল সীমান্ত ৰেলৱেৰ কাৰ্য্যালয় চৌহদৰ লগতে, ডিজেল শ্বেদ কাৰ্য্যালয় আৰু কৰ্মচাৰী কোৱাৰ্টাৰ আৰু অন্যান্য মেৰামতি কাৰ্য্যৰ বাবে নিবিদাৰ অধিসূচনা |
মূল মানসমূহ :
আনুমানিক ব্যয় | ২.৪০কোটি |
মূল তাৰিখ :
অন্তিম তাৰিখ | ০৪/০১/২০২২ |
আৰম্ভণি তাৰিখ | ০৪/০১/২০২২ |
অৱস্থান :
অৱস্থান ১ | ৰঙিয়া, অসম, ভাৰত |