সামগ্ৰী যোগানৰ বাবে ঠেঙাল কচাৰী পৰিষদৰ নিবিদা আহ্বান

সামগ্ৰী যোগানৰ বাবে ঠেঙাল কচাৰী পৰিষদৰ নিবিদা আহ্বান
Published on

                                                                                                                    নিবিদা জাননী

ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদত নিম্নোক্ত সামগ্ৰী যোগানৰ বাবে এই পৰিষদৰ পঞ্জীয়নভুক্ত প্ৰতিষ্ঠিত ফাৰ্মৰ পৰা ৮.২৫ টকাৰ আদালতৰ মাচুলৰ মোহৰ লগোৱা (অ-প্ৰত্যৰ্পিত) বন্ধ নিবিদা বিচৰা হৈছে। নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত নিবিদা ৩০-০৯-২০২০ৰ দিনৰ ২ বজালৈকে গ্ৰহণ কৰা হব। একেদিনাই নিবিদা নিবিদাকাৰী বা তেওঁলোকৰ কৰ্তৃত্বশীল প্ৰতিনিধিৰ উপস্থিতিত একে তাৰিখ, একে সময় আৰু একে স্থানতে মুকলি কৰা হব। যদি নিবিদা মুকলি কৰাৰ দিনটো বন্ধৰ দিন হয়, তেন্তে পৰৱৰ্তী কৰ্মদিনত একে স্থান আৰু সময়ত নিবিদা মুকলি কৰা হব।

যোগান ধৰিবলগা সামগ্ৰীঃ

১) 2/60 কাউণ্ট মাৰ্চিচাইজড ব্লীচড কটন হাংক। ওজন প্ৰতি বাণ্ডোলত ২.২৭ কিলোগ্ৰাম আৰু ৫০০ কিলোগ্ৰাম কাউণ্ট ব্লীচড কটন হাংক যাৰ্ণ(মুগা ৰঙৰ)। সম্পূৰ্ণ বাণ্ডোল তৈয়াৰ কৰিবলৈ।

২) প্ৰতি বাণ্ডোলত ২.২৭ কিলোগ্ৰাম ওজনৰ ১.৭৭ কিলোগ্ৰাম ব্লীচড কটন হাংক য়াৰ্ণৰে গঠিত ২/৬০ কাউণ্ট ব্লীচড কটন হাংক য়াৰ্ড। আৰু সম্পৰ্ণ বাণ্ডোল তৈয়াৰ কৰিবলৈ ৫০০ কিলোগ্ৰাম ২/৬০ কাউণ্ট ফাষ্ট ব্লীচড (মুগা ৰঙৰ)।

এই নিবিদাৰ বিশদ তথ্য আৰু অৰ্হতা-চৰ্তাৱলী নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত ২৮-০৯-২০২০লৈকে কাৰ্যালয় চলি থকাৰ সময়ত পাব।

স্বাক্ষৰঃ

প্ৰধান সচিব,

ঠেঙাল কচাৰী স্বায়ত্বশাসিত পৰিষদ, অসম, তিতাবৰ।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com