ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰত নৰ্দমা নিৰ্মাণৰ বাবে নিবিদা আহ্বান

ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰত নৰ্দমা নিৰ্মাণৰ বাবে নিবিদা আহ্বান
Published on

নগৰ আৰু গাঁও পৰিকল্পনা, গুৱাহাটীয়ে www.assamtenders.gov.in-ত জমা দিয়া তথা ই-প্ৰকিউৰমেণ্ট ব্যৱস্থাৰে নিবিদা জমা দিয়াৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত প্ৰথম শ্ৰেণী(এ)ঠিকাদাৰৰ পৰা নিবিদা বিচাৰিছে। এই নিবিদা চি আই ডি এফৰ অধীনত নিম্নোক্ত কামৰ বাবে দুটা নিবিদা ভাগ পদ্ধতিত বিচৰা হৈছে।

কামৰ নামঃ পশ্চিম মিলন নগৰত নৰ্দমা নিৰ্মাণ।

কামৰ আনুমাণিক মূল্যঃ ১,৪৫,৫৪,০০০টকা।

কাম সম্পূৰ্ণ কৰাৰ সময়ঃ ১২ মাহ।

অন্যান্য আৰু সবিশেষ তথ্য www.assamtenders.gov.in-ত পাব আৰু ইয়াৰ পৰা নিবিদা নথি ২৩-০৯-২০২০ৰ ১৭ বজাৰ পৰা ৫-১০-২০২০ৰ ১১ বজালৈ ডাউনলোড কৰিব পাৰিব। নিবিদা ৭-১০-২০২০-ৰ ১১ বজাৰ ভিতৰত জমা দিব লাগিব। হাতে হাতে জমা দিয়া নিবিদা গ্ৰহণ কৰা নহব।

স্বাক্ষৰঃ

সঞ্চালক, গাঁও আৰু নগৰ পৰিকল্পনা

দিছপুৰ, গুৱাহাটী-০৬।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com