গড়চিগা পৰম্পৰাগত হস্তশিল্প মণ্ডলৰ নিবিদাৰ দিন বৃদ্ধি

গড়চিগা পৰম্পৰাগত হস্তশিল্প মণ্ডলৰ নিবিদাৰ দিন বৃদ্ধি

লখিমপুৰৰ গড়চিগা পৰম্পৰাগত হস্ত-শিল্প মণ্ডলত বিভিন্ন ধৰণৰ হস্তশিল্প নিৰ্ভৰ সঁজুলি আৰু যন্ত্ৰাদি যোগান, আদায়, স্থাপন,চালনৰ  বাবে ১৯-০৮-২০২০ত www.iietraining.org ত উপলব্ধ নিবিদা জাননীৰ নিবিদা গ্ৰহণৰ অন্তিম তাৰিখ ২৮-০৮-২০২০ৰ দুপৰীয়া ১২বজালৈ বৃদ্ধি কৰা হৈছে ৷

নিবিদাখন ২০২০-ৰ ২৮ছেপ্টেম্বৰৰ বিয়লি ৩ বজাত মুকলি কৰা হ'ব । 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com