Top
Begin typing your search above and press return to search.

গড়চিগা পৰম্পৰাগত হস্তশিল্প মণ্ডলৰ নিবিদাৰ দিন বৃদ্ধি

গড়চিগা পৰম্পৰাগত হস্তশিল্প মণ্ডলৰ নিবিদাৰ দিন বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-12T19:57:40+05:30

লখিমপুৰৰ গড়চিগা পৰম্পৰাগত হস্ত-শিল্প মণ্ডলত বিভিন্ন ধৰণৰ হস্তশিল্প নিৰ্ভৰ সঁজুলি আৰু যন্ত্ৰাদি যোগান, আদায়, স্থাপন,চালনৰ বাবে ১৯-০৮-২০২০ত www.iietraining.org ত উপলব্ধ নিবিদা জাননীৰ নিবিদা গ্ৰহণৰ অন্তিম তাৰিখ ২৮-০৮-২০২০ৰ দুপৰীয়া ১২বজালৈ বৃদ্ধি কৰা হৈছে ৷

নিবিদাখন ২০২০-ৰ ২৮ছেপ্টেম্বৰৰ বিয়লি ৩ বজাত মুকলি কৰা হ'ব ।

Next Story