Top
Begin typing your search above and press return to search.

সাতটা কামৰ বাবে গড়কাপ্টানী ওদালগুৰিৰ নিবিদা আহ্বান

সাতটা কামৰ বাবে গড়কাপ্টানী ওদালগুৰিৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Sep 2020 10:51 AM GMT


অসমৰ ৰাজ্যপালৰ হৈ গড়কাপ্টানী বিভাগৰ ওদালগুৰিৰ আৰ এণ্ড বি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই অসমৰ গড়কাপ্টানী(গৃহ) বিভাগত অনুমোদিত আৰু ব টি চিৰ পঞ্জীয়নভুক্ত প্ৰথম শ্ৰেণী( এ, বি , চি)-ৰ পৰা তৃতীয় শ্ৰেণীৰ ঠিকাদাৰৰ পৰা সাতটা (৭) কামৰ বাবে নিবিদা বিচৰা হৈছে।

কামৰ আনুমানিক মূল্যঃ ৬১,৩৮,০৩৩টকা।

এই নিবিদাৰ সবিশেষ নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত পাব।





স্বাক্ষৰঃ

কাৰ্যবাহী অভিষন্তা

গড়কাপ্টানী বিভাগ, ওদালগুৰি (আৰ এণ্ড বি) সংমণ্ডল, ওদালগুৰি।

Next Story