ডিমৌ বান্ধ এল/বি আঁচনিৰ বাবে জলসম্পদ বিভাগৰ নিবিদা আহ্বান

ডিমৌ বান্ধ এল/বি আঁচনিৰ বাবে জলসম্পদ বিভাগৰ নিবিদা আহ্বান
Published on

                                                                                       নিবিদা বিচাৰি প্ৰেছ টোকা

নিম্নোক্ত কামৰ বাবে জলসম্পদ বিভাগৰ উজনি অসম মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাই অসমৰ ৰাজ্যপালৰ হকে নিবিদা আহ্বান কৰিছে।

সংমণ্ডলৰ নামঃ শিৱসাগৰ ডব্লিউ আৰ সংমণ্ডল ।

কামৰ নামঃ ডিমৌ চাৰিআলিৰ পৰা ধাই আলিলৈ (চেনেল ১০৩৫০এম ৰপৰা শেষ পইণ্ট ধাই আলি(ফেজ-১) আৰ ডি আই ডি এফ-নাবাৰ্ড)-লৈ ওখ কৰা আৰু শক্তিশালীকৰণৰ কাম। 

জলসম্পদ বিভাগৰ আগ্ৰহী পঞ্জীয়নকৃত ঠিকাদাৰ আৰু নিবিদাকাৰীয়ে https://assamtenders.gov.in-ৰ পৰা নিবিদা নথি ডাউনলোড কৰিব পাৰে।

নিবিদাকাৰীৰ অসম চৰকাৰৰ Electronic Tendering System (ETS)-ত পঞ্জীয়ন তাকিব লাগিব। ইয়াৰ ৱেবছাইট https://assamtenders.gov.in। নিবিদাকাৰীয়ে সংশ্লিষ্ট নথি বিনামূল্যে ডাউনলোড কৰিব পাৰিব।

স্বাক্ষৰঃ

অতিৰিক্ত মুখ্য অভিযন্তা,

উজনি অসম মণ্ডল, জলসম্পদ বিভাগ, ডিব্ৰুগড়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com