Top
Begin typing your search above and press return to search.

ডিমৌ বান্ধ এল/বি আঁচনিৰ বাবে জলসম্পদ বিভাগৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-17T20:38:59+05:30

নিবিদা বিচাৰি প্ৰেছ টোকা

নিম্নোক্ত কামৰ বাবে জলসম্পদ বিভাগৰ উজনি অসম মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাই অসমৰ ৰাজ্যপালৰ হকে নিবিদা আহ্বান কৰিছে।

সংমণ্ডলৰ নামঃ শিৱসাগৰ ডব্লিউ আৰ সংমণ্ডল ।

কামৰ নামঃ ডিমৌ চাৰিআলিৰ পৰা ধাই আলিলৈ (চেনেল ১০৩৫০এম ৰপৰা শেষ পইণ্ট ধাই আলি(ফেজ-১) আৰ ডি আই ডি এফ-নাবাৰ্ড)-লৈ ওখ কৰা আৰু শক্তিশালীকৰণৰ কাম।

জলসম্পদ বিভাগৰ আগ্ৰহী পঞ্জীয়নকৃত ঠিকাদাৰ আৰু নিবিদাকাৰীয়ে https://assamtenders.gov.in-ৰ পৰা নিবিদা নথি ডাউনলোড কৰিব পাৰে।

নিবিদাকাৰীৰ অসম চৰকাৰৰ Electronic Tendering System (ETS)-ত পঞ্জীয়ন তাকিব লাগিব। ইয়াৰ ৱেবছাইট https://assamtenders.gov.in। নিবিদাকাৰীয়ে সংশ্লিষ্ট নথি বিনামূল্যে ডাউনলোড কৰিব পাৰিব।

স্বাক্ষৰঃ

অতিৰিক্ত মুখ্য অভিযন্তা,

উজনি অসম মণ্ডল, জলসম্পদ বিভাগ, ডিব্ৰুগড়।

Next Story