চোহা আলী খানে অক্সফৰ্ডৰ বেলিঅ'ল কলেজৰ পৰা আধুনিক ইতিহাসত স্নাতক ডিগ্ৰী লাভ কৰিছে। তেওঁ ইউকেৰ লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল চাইন্সৰ পৰা আন্তৰ্জাতিক সম্পৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
জন আব্ৰাহাম
বলীউডৰ হাংক জনে জয় হিন্দ মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু মুম্বাই এডুকেশ্বন ট্ৰাষ্টৰ পৰা এমবিএ লাভ কৰিছিল।