সুন্দৰ সংগীতেৰ খলকনি তোলা ১০খন বলিউড চলচ্চিত্ৰ
মোগল - ই - আজম
১৯৬০চনত মুক্তি লাভ কৰা এই ছবি খনৰ যোগে প্ৰকাশ পাইছিল কালজয়ী গীত যেনে "প্যাৰ কিয়া টো ডৰনা ক্যা" আৰু "তেৰী মেহফিল মে"য়ে
ডিলৱালে দুলহানিয়া লে জায়েংগে
১৯৯৫চনৰ এই ছবিৰ অন্যতম জনপ্ৰিয় গীত হৈছে "তুঝে দেখা টো", "ৰুক যা অ' দিল দীৱানে" আৰু "হ' গয়া হে তুঝকো টো প্যাৰ সজনা"
লাভ আজ ক'ল
২০০৯চনৰ এই ছবিৰ কেইটি মান বিশেষ গীত হৈছে "আজ দিন চাঢেয়া", "চোৰ বাজাৰী"। আৰু এই সমূহৰ মাজত পৃথক ভাৱে থিয় দি ৰোৱা গীতটি হৈছে "য়ে দুৰীয়া"
আশিকী ২
২০১৩চনত মুক্তি লাভ কৰা ছবি খনত প্ৰকাশ পাইছিল সৰ্বোত্তম সংগীত তথা সৰ্বশ্ৰেষ্ঠ প্ৰেমৰ গীত, "তুম হী হ'"
য়ে জাৱানী হে দীৱানি
আয়ান মুখাৰ্জী নিৰ্দেশিত এই ছবিৰ দুটি হৃদয়স্পৰ্শী গীত হৈছে, "কবিৰা" আৰু "ইলাহি"
ৰকষ্টাৰ
ইমটিয়াজ আলিৰ এই ছবি খনে দিছিল "কুন ফায়া কুন" আৰু "তুম হ'"ৰ দৰে গীত, যাক পাহৰি যোৱা কেতিয়াও সম্ভৱ নহয়
ক'কটেইল
২০১২ত মুকলি এই ছবি খনত প্ৰকাশ পাইছিল কেতিয়াও পাহৰিব নোৱাৰা কিছু গীত, "য়াৰীয়া", "মে ছাৰাবি" আৰু "তুমহি হ' বন্ধু"
এ দিল হে মুষ্কিল
কৰণ জোহৰ নিৰ্দেশিত এই ছবিত আছিল এক পাহৰিব নোৱাৰা সংগীত এলবাম। ইয়াৰ সংগীত সমূহ হৈছে, "চান্না মেৰেয়া", "বুলেয়া" আৰু ইয়াৰ শীৰ্ষ গীত
চিক্ৰেট চুপাৰষ্টাৰ
আদ্বেইট চন্দনৰ এই ছবিখনে আমাক দিছিল "মে কৌন হো" আৰু "নাছদি ফিৰা"ৰ দৰে গীত, যাক সদায়ে উদযাপন কৰা যাব
গলি বয়
জয়া আখটাৰৰ এই ছবিৰ যোগে প্ৰকাশ পাইছিল কিছু আমোদজনক গীত যেনে, "মেৰে গলি মে", "অপনা টাইম আয়েগা", "শেৰ আয়া শেৰ" আৰু "আজাদী"