আজিৰ অসম
আলিয়া ভাটক যেতিয়া “কুল" যেন লাগে ! ভিন্ন জ্যাকেটত কেমেৰাত বন্দী হ’ল বলিউড সুন্দৰী
18 December, 2021
এম্ব্ৰডাৰী কৰা জীনচৰ সৈতে ক্ৰপড জ্যাকেটতঃ
বগা টপ আৰু এম্ব্ৰডাৰী কৰা জীনচৰ সৈতে আলিয়াই এটা গুলপীয়া ক্ৰপড জ্যাকেট পিন্ধিছে ৷
বহল পেণ্টৰ লগত টাই-ডাই জ্যাকেট পৰিহিতা অৱস্থাতঃ
এই পোছাকত অভিনেত্ৰীগৰাকীৰ ষ্টাইলিছ যেন লাগিছে। তেওঁ এটা সেউজীয়া আৰু বগা টাই-ডাই জ্যাকেট পৰিধান কৰিছে ৷ লগত পিন্ধিছে এটা নীলা ক্ৰপ টপ আৰু বহল জীনচ ৷
ধোঁৱা বৰণীয়া জ্যাকেট আৰু ট্ৰাউজাৰতঃ
ৰণবীৰ কাপুৰৰ সৈতে আলিয়াক এই ফটোত এটা বগা টপ আৰু জলফাই ৰঙৰ সেউজীয়া ট্ৰাউজাৰ পিন্ধা দেখা গৈছে।
বুটা লগোৱা পেণ্টৰ লগত ক্ৰপড জ্যাকেট পৰিহিতা অৱস্থাতঃ
এই ফটোত আলিয়াক ক্ৰপড বুটা লগোৱা পেণ্টৰ সৈতে মিলা ক্ৰপড বুটা বচা পেণ্ট পৰিধান কৰা অৱস্থাত দেখা গৈছে ৷
এটা নিয়’ন টপৰ সৈতে বগা জ্যাকেট পৰিধান কৰা অৱস্থাতঃ
এই পোচাকত আলিয়াক ষ্টাইলিছ দেখা গৈছে ৷ তেওঁ ইম’টিকন প্ৰিণ্ট জ্যাকেটৰ লগত জীনছ আৰু টপ পৰিধান কৰিছে ৷
ফুলাম পোচাকৰ সৈতে ডেনিম জীনচতঃ
নিজকে আকৰ্ষণীয় কৰি তুলিবলৈ আলিয়াই এটা ফেডেড নীলা ক্ৰপড ডেনিম জ্যাকেট আৰু ফুলাম প্ৰিণ্টৰ মিডি পোচাক পৰিধান কৰিছে ৷ তেওঁক এই ফটোত আকৰ্ষণীয় লগা নাইনে ?
লেডাৰ বুটজোতাৰ সৈতে শ্লীভলেচ জ্যাকেটতঃ
নিয়মীয়া এই পোছাকত আলিয়াক চৌখিন দেখাইছে । এই ফটোত তেওঁ চামৰাৰ বুটজোতাৰ সৈতে শ্লীভলেচ ডেনিম জ্যাকেট পৰিধান কৰিছে ৷ এই ভংগীমাই বহুতৰে অন্তৰত শিঁহৰণ তুলিছে ৷
ট্ৰাউজাৰৰ সৈতে বম্বাৰ জ্যাকেটতঃ
এই ফটোত আলিয়াই এটা বগা টপ আৰু আৰামদায়ক ট্ৰাউজাৰৰ লগত এটা বম্বাৰ জ্যাকেট পৰিধান কৰিছে ৷
মিডি পোছাকৰ সৈতে ডেনিম জ্যাকেটতঃ
আলিয়াই তেওঁৰ সাধাৰণ গুলপীয়া পোচাকক উন্নত ৰুপ দিবলৈ এটা ডেনিম জ্যাকেট পৰিধান কৰিছে ৷
কোমল-ঢিলা জীনছৰ লগত জ্যাকেট পৰিধানঃ
এটা কোমল আৰু ঢিলা জীনছ( বয়ফ্ৰেণ্ড জীনছ)ৰ সৈতে আলিয়াই ধোঁৱা বৰণৰ টপ আৰু ক্ৰপড ডেনিম জ্যাকেট পৰিধান কৰিছে ৷
Explore