২০২১চনৰ বি টাউনৰ আকৰ্ষণীয় কইনা সমূহ
নতাশা দলাল
নিজৰ বিবাহৰ বাবে নতাশাই বাছনি কৰিছিল এযোৰ ধূসৰ সোণালী বৰণীয়া লেহেংগা, যাৰ শোভা বৰ্ধন কৰিছিল সোণালী আৰু ৰূপালী বৰণৰ এমব্ৰইদেৰীয়ে
দিয়া মিৰ্জা
দিয়ায়ে পৰিধান কৰিছিল এখন ৰঙা শাৰী, যাৰ ওপৰৰ পৃষ্ঠত আছিল সোণালী ৰঙৰ এমব্ৰইদেৰী আৰু বাহিৰৰ অংশত আছিল সোনালী ৰঙৰ পটি
য়ামি গৌতম
য়ামিয়ে পৰিধান কৰিছিল নিজৰ মাতৃৰ এখন পাৰম্পৰিক চিল্ক শাৰী, যাৰ ওপৰত কৰা হৈছিল সোণালী ৰঙৰ কাৰুকাৰ্য্য
দিশা পৰমাৰ
দিশায়ে পৰিধান কৰিছিল আবু জানি আৰু সন্দীপ খোছলা দ্বাৰা ডিজাইন কৰা এযোৰ লেহেংগা, আৰু দেখাত হৈ পৰিছিল এগৰাকী পাৰফেক্ট ভাৰতীয় কইনা
ৰিয়া কাপুৰ
পাৰম্পৰিক ৰঙা লেহেংগাৰ পৰিবৰ্তে ৰিয়ায়ে পৰিধান কৰিছিল অনামিকা খান্নাৰ দ্বাৰা ডিজাইন কৰা এখন চান্দেৰি বগা শাৰী
পত্ৰলেখা
পত্ৰলেখায়ে পৰিধান কৰিছিল শব্যসাচিৰ এখন ৰঙা শাৰী, যাৰ সৈতে তেওঁ সজাইছিল এখন ৰঙা উৰণী
অনুষ্কা ৰঞ্জন
পাৰম্পৰিক ৰঙা লেহেংগাক বাদ দি অনুষ্কাই নিজৰ বিবাহৰ দিনা পৰিধান কৰিছিল এযোৰ বেঙুনীয়া ৰঙৰ লেহেংগা
কেটৰিনা
শেহতীয়া কইনা কেটৰিনাই পৰিধান শব্যসাচিৰ ৰঙা চিল্ক লেহেংগা, যাৰ ওপৰত হাতেৰে কৰা হৈছিল তিল্লাৰ কাৰুকাৰ্য্য আৰু জৰ্ডোজি বৰ্ডাৰৰ এম্ব্ৰইদেৰী
অংকিতা লখণ্ডে
অংকিতাই বাছনি কৰিছিল মনিশ মালহোত্ৰাৰ এযোৰ সোণালী বৰণৰ উজ্জ্বল লেহেংগাৰ

