বাজাজ পালছাৰ এন-২৫০: ৰেচিঙত অসুৰ
বাজাজ পালছাৰ এন-২৫০: ৰেচিঙত অসুৰ

বাজাজ পালছাৰ এন-২৫০: ৰেচিঙত অসুৰ

আজিৰ অসম বাজাজ পালছাৰ এন-২৫০: ৰেচিঙত অসুৰ ! 22 Nov, 2021
Published on

পালছাৰ এফ-২৫০ ৰ সৈতে একেলগে পৰলছাৰ এন ২৫০ মুকলি কৰা হয় ৷ এন-২৫০ৰ দাম এফ-২৫০তকৈ কম ৷

পালছাৰ এন-২৫০ আৰু এফ-২৫০ৰ হাৰ্ডৱেৰ একে ৷ দুয়োখন বাইকৰ পাৱাৰট্ৰেইনো একে ৷

পালছাৰ এন এছ-২০০ৰ উত্তৰাধিকাৰী বুলি পালচাৰ এন-২৫০ক ধৰা হয় ৷

পালছাৰ এন-২৫০ৰ ওজন এন এছ-২০০তকৈ ৬ কিলোগ্ৰাম বেছি ৷

পালছাৰ এন -২৫০ ৰ সৰ্বোচ্চ বেগ ঘণ্টাত ১৩৫ কিলোমিটাৰ ৷ আনহাতে, পালছাৰ এন এছ-২০০ৰ সৰ্বোচ্চ বেগ ১৫০ কিলোমিটাৰৰো অধিক ৷

বাইকখনৰ আগফালে উইণ্ডস্ক্ৰীণ নথকা মুকলি হোৱাৰ বাবে চালকে বেগত চলালে বতাহৰ সন্মুখীন হ’ব পাৰে ৷

ব্ৰেক শক্তিশালী আৰু সহজে গতিবেগ হ্ৰাস কৰিব পাৰি ৷

ইয়াৰ ২৫০ চি চি ইঞ্জিনৰ দাম এন এচ-২০০তকৈ ৬ হেজাৰ টকা অধিক ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com