লহৰী উৎসৱত বলিউড সুন্দৰীঃ সাজোন-কাচোনত অপৰূপা
লহৰী উৎসৱত বলিউড সুন্দৰীঃ সাজোন-কাচোনত অপৰূপা

লহৰী উৎসৱত বলিউড সুন্দৰীঃ সাজোন-কাচোনত অপৰূপা

আজিৰ অসম লহৰী উৎসৱত বলিউড সুন্দৰীঃ সাজোন-কাচোনত অপৰূপা ১৪ জানুৱাৰী,২০২২
Published on

আলিয়া ভাট

এই কুৰ্তাই আলিয়া ভাটক সূক্ষ্মৰূপত যৌন আবেদনময়ী কৰি তুলিছে ৷ এই উৎসৱ বতৰত বিশেষ ষ্টাইল নথকা এই সাজ-পাৰ পৰিধান কৰি ফুৰিবলৈ যোৱাৰ আমেজ সুকীয়া।

কীৰ্তি কুলহাৰিঃ

দেহৰ সৈতে মিলাই এনে ধৰণৰ উজ্জ্বল গুলপীয়া ৰঙৰ শাড়ী পৰিধান কৰি নিজৰ সৌন্দৰ্য ফুটাই তোলাটো সকলোৰে বাবে ভাতৰ লগত পানী খোৱাৰ নিচিনা সহজ নহয়। কিন্তু এনেধৰণৰ ষ্টাইল সহজ আৰু ইয়াৰ বাবে বিশেষ চেষ্টা কৰাৰ প্ৰয়োজন নাই।

ছাৰা আলী খানঃ

হালধীয়া এই সাজ-পাৰ আৰু সেউজীয়া খাৰু পিন্ধা অৱস্থাৰ এই ফটোত ছাৰাক অপূৰ্ব দেখাইছে ৷

ঈশা গুপ্তাঃ

স্মাৰ্ট তথা কোনো কোনো অনুষ্ঠানৰ পৰিৱেশৰ সৈতে মিলি পৰা এনে সাজ-পাৰ ভালপোৱাসকলে ৰিম্পল আৰু হৰপীট কুৰ্তা পৰিধান কৰিব পাৰে ৷

ভূমি পেড়নেকাৰঃ

এনে ধৰণৰ শেঁতা জলৰঙী এম্ব্ৰইডাৰী কৰা সাজ-পাৰে সঁচাকৈয়ে সন্তুষ্টি দিয়ে ৷ বহুতে এনে সাজ-পাৰ ভাল পায় ৷

ক্যাটৰিনা কাইফঃ

ক্যাটৰিনা কাইফে পৰিধান কৰা এই সাজ-পাৰ হৈছে সহজে এম্ব্ৰাইডাৰী কৰিব পৰা কুৰ্তা ৷ ক্যাটৰিনাৰ এই সাজ-পাৰে আপোনাকো আকৰ্ষণ কৰিব পাৰে ৷

ছাৰা আলী খানঃ

ছাৰা আলী খানে পৰিধান কৰা এই সাজ-পাৰে সম্প্ৰতি বজাৰ দখল কৰিছে ৷ ছাৰাৰ এই ফুলাম সাজ-পাৰে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

আলিয়া ভাটঃ

ৰং খাপ খাই পৰা এই পাটিয়ালা চেলোৱাৰ-কুৰ্তাত আলিয়াক অপূৰ্ব দেখাইছে ৷ তেওঁৰ এই এম্ব্ৰাইডাৰী কৰা পোচাকে তুলি ধৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com