বলিউড জগতৰ জনপ্ৰিয় জোঁৱাই সকল
বলিউড জগতৰ জনপ্ৰিয় জোঁৱাই সকল

বলিউড জগতৰ জনপ্ৰিয় জোঁৱাই সকল

আজিৰ অসম বলিউড জগতৰ জনপ্ৰিয় জোঁৱাই সকল ৫ জানুৱাৰী,২০২২
Published on
https://gumlet.assettype.com/sentinelassam/h-upload/uid/video_104B4qHfSIOF12i1UjsBio3zAXuijQadvJ8259565.mp4

কুণাল খেমূ

শৰ্মিলা ঠাকুৰ আৰু মনচুৰ আলি খান পাটাউদিৰ কন্যা চোহা আলি খানৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ নৱাব পৰিয়ালৰ এটি গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছিল কুণাল খেমূ

আয়ুশ শৰ্মা

অৰ্পিতা খানৰ সৈতে ২০১৪ছবিত বিবাহ পাশত আবদ্ধ হৈ আয়ুশ শৰ্মা, পৰিগণিত হৈছিল খান পৰিয়ালৰেটি অংশ ৰূপে

অক্ষয় কুমাৰ

ডিম্পল কপাদিয়া আৰু ৰাজেশ খান্নাৰ জী ত্বিংকল খান্নক অভিনেতা অক্ষয় কুমাৰে বিয়া কৰাইছিল চন ২০০১ত

ধনুষ

ৰজনীকান্তৰ পুত্ৰী আইশ্বৰীয়া ৰজনীকান্তৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল দক্ষিণৰ জনপ্ৰিয় তাৰকা ধনুষ

চেইফ আলি খান

কৰীণা কাপুৰৰ সৈতে চন ২০১২ত বিবাহপাশত আবদ্ধ হয় চেইফ আলি খান। এই বিবাহ যোগে এক হৈছিল খান আৰু কাপুৰ পৰিয়াল

অজয় দেৱগণ

তনুজা আৰু শামু মুখাৰ্জীৰ কন্যা কাজলৰ সৈতে অজয় দেৱগণৰ প্ৰেম আৰম্ভ হয় ১৯৯৪চনত আৰু দুয়ো বিবাহ পাশত আবদ্ধ হয় ১৯৯৯ চনত

ফাৰদিন খান

৭০দশকৰ জনপ্ৰিয় অভিনেত্ৰী মোমতাজ হৈ পৰে ফাৰদিন খানৰ শাহু মাতৃ যেতিয়া অভিনেতা গৰাকীয়ে তেওঁৰ কন্যা নতাশা মাধৱানীৰ সৈতে চন ২০০৫ত বিবাহ পাশত আবদ্ধ হয়

ভৰত তাখটানি

ভৰত হৈছে মুম্বাইৰ এজন ব্যৱসায়ী। তেওঁ বিয়া কৰাইছিল ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ কন্যা ঈশা দেওঁলক

শৰ্মন যোশী

২০০০চনত অভিনেতা শৰ্মন যোশীয়ে বিয়া কৰাই প্ৰেম চোপ্ৰাৰ কন্যা প্ৰেৰণা চোপ্ৰাক

কুনাল কাপুৰ

ৰং ডে বসন্তীৰ অভিনেতা গৰাকীয়ে বিয়া কৰাইছিল অজিতাভ বচ্চনৰ কন্যা তথা অমিতাভ বচ্চনৰ ভতিজাক নেইনা বচ্চনক

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com