বলীউডৰ ৭ গৰাকী ধনী দম্পতি
বলীউডৰ ৭ গৰাকী ধনী দম্পতি

বলীউডৰ ৭ গৰাকী ধনী দম্পতি

আজিৰ অসম বলীউডৰ ৭ গৰাকী ধনী দম্পতি
Published on

শ্বাহৰুখ খান আৰু গৌৰী খান

শ্বাহৰুখ আৰু গৌৰীৰ মুঠ উপাৰ্জন মূল্য $৬৯০ নিযুত । গৌৰী পেছাত এগৰাকী ডিজাইনাৰ আৰু এই দম্পতিহাল বলীউডৰ ধনী দম্পতিৰ ভিতৰত এটা।

বিৰাট কোহলী আৰু অনুস্কা শৰ্মা

দুয়োয়ে একেলগে সফল ব্যৱসায় চলোৱাৰ লগতে, তেওঁলোকৰ নিজা কাপোৰৰ ব্ৰেণ্ড আৰু এণ্ডোৰ্চমেণ্ট চুক্তি আছে যি তেওঁলোকৰ নেট ৱৰ্থত যোগ দিয়ে ।

কৰীণা কাপুৰ আৰু চেইফ আলী খান

চেইফ আলী খানে পাটৌডি প্ৰসাদৰ উত্তৰাধিকাৰী আৰু অভিনয়কে ধৰি অন্যান্য উৎসৰে উপাৰ্জন কৰিছে, কাপুৰৰ মুঠ সম্পত্তিৰ মূল্য ৪০০ কোটি টকাৰ অধিক।

আদিত্য চোপ্ৰা আৰু ৰাণী মুখাৰ্জী

য়শৰাজ ফিল্মছৰ অধ্যক্ষ সন্মানীয় উপাৰ্জন আছে ।ৰাণী মূখাৰ্জীয়েও অভিনয়েৰে উপাৰ্জন কৰি আছে ।

অক্ষয় কুমাৰ আৰু টুইঙ্কল খান্না

দম্পতীহালৰ যুটীয়াভাৱে এটা প্ৰযোজনা গৃহ আছে, হৰি ওম মনোৰঞ্জন। ২০২০ চনত, কুমাৰে মাত্ৰ এবছৰত প্ৰায় ৪৮.৫ নিযুত উপাৰ্জন কৰিছিল ।

সোনম কাপুৰ আৰু আনন্দ আসুজা

দুয়োৰে ভাল উপাৰ্জন আছে । আনন্দ এজন ব্যৱসায়ী ।সোনম কাপুৰ অনিল কাপুৰৰ জীয়াৰী আৰু অভিনয়েৰে তেওঁ উপাৰ্জন কৰি আছে ।

ৰনৱীৰ সিং আৰু দীপিকা পাদুকন

বি. টাউনৰ এটা ধনী দম্পতি। দুয়োয়ে শেহতীয়াকৈ আলিবাগ নতুন ঘৰ কিনিছে ।দুয়োগৰাকীয়ে বৰ্তমান ডাঙৰ বাজেটৰ ছবি তথা ব্ৰেণ্ডৰ কাম কৰি আছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com