ইনষ্টাগ্ৰাম যোগে লিপ-লকৰ ফটো শ্বেয়াৰ কৰি জনপ্ৰসিদ্ধ তাৰকা সকল
দীপিকা - ৰণবীৰ
"গেহৰায়ীয়ান" ছবিত দুৰ্দান্ত অভিনয় প্ৰদৰ্শন কৰাৰ বাবে পত্নী দীপিকাৰ ওঁঠত উমাল চুমা আঁকি দিয়াৰ দৃশ্য শ্বেয়াৰ কৰি, সকলোকে আচম্বিত কৰি তুলিছিল ৰণবীৰ সিঙে।
মৌনী - সুৰজ
বিবাহৰ প্ৰাৰম্ভিক উৎসৱ সমূহ চলি থকা অৱস্থাত স্বামী সুৰজৰ সৈতে লিপ-লক কৰাৰ ফটো শ্বেয়াৰ কৰিছিল মৌনী ৰয়ে।
অংকিতা - বিকি
বিবাহ অনুষ্ঠান সমূহৰ মাজতে স্বামী লৈ মৰম যাচি এটি চুমা আঁকি দিছিল অংকিতা লখন্ডেয়ে।
ৰানা - মিহীকা
নিজৰ বিবাহ অনুষ্ঠানত নিজৰ পত্নী মিহীকাক দিয়া চুমাৰ দৃশ্য বহু দিন পাছত মুকলি কৰিছিল ৰানাই।
ঈশা - মেনুৱেল
এই যোৰাটিয়ে ২০২২ চনৰ নতুন বৰ্ষৰ আৰম্ভণি কৰিছিল কেমেৰাৰ সন্মুখত কিছু মৰমৰ আদান প্ৰদান কৰি।
শ্বাহিদ - মীৰা
কেমেৰাৰ সন্মুখত নিজৰ প্ৰেম ডাঙি ধৰাত অলপো অস্বস্তিবোধ নকৰে এই যোৰাটিয়ে। ইনষ্টাগ্রাম যোগে দুয়োয়ে প্ৰায়েই ডাঙি ধৰে নিজৰ মৰম।
কৰীণা - চেইফ
পৰিয়াল আৰু বন্ধুবৰ্গ সহ অভিনেত্ৰী গৰাকীৰ জন্মদিন উদযাপন কৰাৰ সময়তে এটি উমাল চুমা বিনিময় কৰে কৰীণা আৰু চেইফে।
প্ৰিয়ংকা - নিক
নিজৰ বিবাহ অনুষ্ঠানৰ এখনি সুন্দৰ চুম্বনৰ ফটো বিনিময় কৰি, অনুৰাগী সকলৰ মাজতো প্ৰেমৰ জোৱাৰ তোলে প্ৰিয়ংকা আৰু নিকে।
অনুষ্কা - বিৰাট
স্বামী বিৰাটৰ সৈতে বিদেশত কিছু সুন্দৰ মুহূৰ্ত্তৰ অতিবাহিত কৰাৰ সুন্দৰ দৃশ্য বিনিময় কৰিছিল মোহময়ী অভিনেত্ৰী গৰাকীয়ে।