আজিৰ অসম
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( দেওবাৰৰ পৰা শনিবাৰলৈ)
৯ জানুৱাৰী,২০২২
মেষ : ( ২১ মাৰ্চ - ২০ এপ্ৰিল)
বৃষ : (২১ এপ্ৰিল - ২১ মে’)
এই সপ্তাহে আপোনালৈ ইতিবাচক ফল কঢ়িয়াব ৷ গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত হোৱা সাক্ষাতে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷ আপুনি আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ আৰু অৰ্ধঃস্তন কৰ্মচাৰীসকলৰ পৰা সকাহ-সমৰ্থন পাব। আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰো ভালদৰে যতন লব। আপুনি ধনৰ লাভ অৰ্জন কৰিব। আপুনি যান-বাহন বা সম্পত্তি ক্ৰয়ৰো পৰিকল্পনা কৰিব। আপুনি আপোনাৰ সহকৰ্মী আৰু উৰ্ধতন বিষয়াৰ পূৰ্ণ সমৰ্থন পাব ৷ আপুনি আপোনাৰ চাকৰি বা কামত কঠোৰ পৰিশ্ৰম কৰিব আৰু প্ৰত্যাশিত ফল পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰা উচিত ৷ বিয়া অথবা কোনো উৎসৱ-পাৰ্বন হ’ব পাৰে ৷ আপুনি এজন উৎসাহী ব্যক্তি লগ পাব পাৰে ৷ তেওঁ আপোনাক জীৱনৰ প্ৰকৃত পথ দেখুৱাব পাৰে ৷ আপোনাৰ পাৰদৰ্শিতা আগতকৈ উন্নত হব।
মিথুন : ( ২২ মে’- ২১ জুন)
কৰ্কট : (২২ জুন- ২২ জুলাই)
সিংহ : ( ২৩ জুলাই - ২৩ আগষ্ট)
কন্যা : (২৪ আগষ্ট - ২২ ছেপ্টেম্বৰ)
তুলা : (২৩ ছেপ্টেম্বৰ - ২৩ অক্টোবৰ)
বৃশ্চিক: ( ২৪ অক্টোবৰ - ২২ নৱেম্বৰ)
ধনু : (২৩ নৱেম্বৰ - ২১ ডিচেম্বৰ)
মকৰ : (২২ ডিচেম্বৰ - ২০ জানুৱাৰী)
কুম্ভ: (২১ জানুৱাৰী - ১৮ ফেব্ৰুৱাৰী)
মীন : ( ১৯ ফ্ৰেব্ৰুৱাৰী - ২০ মাৰ্চ)
Explore