ক'লা আকৰ্ষণীয় সাজে অভিনেত্ৰী দীপিকা পাদুকণ
ক'লা আকৰ্ষণীয় সাজে অভিনেত্ৰী দীপিকা পাদুকণ

ক'লা আকৰ্ষণীয় সাজে অভিনেত্ৰী দীপিকা পাদুকণ

আজিৰ অসম ক'লা আকৰ্ষণীয় সাজে অভিনেত্ৰী দীপিকা পাদুকণ ১৮ ডিচেম্বৰ ২০২১

ষ্টাইল ডিভা

সকলো উৎসৱতে অভিনেত্ৰী দীপিকা পাদুকণৰ ফেশ্যন স্তৰ সদায়ে উচ্চ

নাটকীয় গাউন

য়ানিনা কৌতুৰে ডিজাইন কৰা ক'লা নাটকীয় গাউনেৰে, ৰেড কাৰ্পেটত বিশেষ ফেশ্যন গ'ল স্থাপিত কৰিছিল দীপিকা পাদুকণে

অন্যান্য সুন্দৰতা

শব্যসাচীৰ দ্বাৰা ডিজাইন কৰা ক'লা আকর্ষণীয় শাৰীৰ সৈতে অভিনেত্ৰী গৰাকীয়ে পৰিধান কৰিছিল, ওখ ডিঙি আৰু দীঘল হাতৰ ক'লা ব্লাউজ আৰু কঁকালত মেৰাইছিল বেংগল বাঘৰ প্ৰিন্ট থকা এডাল ক'লা বেল্ট

গ্লচ্চি গ্লেম

ভৰিৰ পৰা মুৰলৈকে ক'লা বৰণীয়া গাউনেৰে, সুন্দৰ আকৃতিৰ দেহৰ প্ৰদৰ্শন কৰিছিল অভিনেত্ৰী গৰাকীয়ে। এই গাউন তৈয়াৰ কৰা হৈছিল এটি ক'লা দ ডিঙিৰ টপ আৰু কেইবাটাও স্তৰযুক্ত তুল্লে স্কাৰ্ট সংযুক্ত কৰি।

লুক্স লেডাৰ

অভিনেত্ৰী গৰাকীক অতিকৈ আকৰ্ষণীয় দেখাইছিল, ক'লা লেডাৰৰ পেন্ট আৰু তাৰটল ডিঙিৰ এটি লেডাৰৰ ব্লাউজেৰে

ৰিস্কু গাউন

অমিত আগৰৱালাৰ দিঙলীয়া কৈ কটা ডিঙিৰ ক'লা গাউনেৰে ফেশ্বন গ'ল স্থাপিত কৰিছিল অভিনেত্ৰী গৰাকীয়ে।

কেপ শ্লিভ

ডাঠ ৰং সমূহ অভিনেত্ৰী গৰাকীৰ অতিকৈ প্ৰিয়, এই কথা তেওঁ পুনৰ এবাৰ প্ৰমাণিত কৰিছিল যেতিয়া তেওঁ মাৰ্চেল বন বাৰ্লিনৰ দ্বাৰা ডিজাইন কৰা দেহত লিপিত খাই পৰা এটি গাউন পৰিধান কৰিছিল।

পাৰ্টি গাৰ্ল

এটি মুকলি অনুষ্ঠানত, অমিত আগৰৱালাৰ দ্বাৰা ডিজাইন কৰা এটি ক'লা গাউনেৰে অভিনেত্ৰী গৰাকীক দেখাত কোনো মাজ নিশাৰ ৰাজকুমাৰীৰ দৰে লাগিছিল।

বছ লেডী

ফ্ৰান্স লেবেলে গৌচেৰে পেৰিছৰ দ্বাৰা ডিজাইন কৰা পেন্ট ছোট যোৰে অভিনেত্ৰী গৰাকীৰ পৰা প্ৰকাশ পাইছিল বছ লেডীৰ ভাইব

ক্লাছি লুক

ক'লা চেটিনৰ মিডি ড্ৰেছ যোৰে অতিকৈ ক্লাছি দেখাইছিল অভিনেত্ৰী গৰাকীক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com