দিপবীৰৰ সৰ্বশ্ৰেষ্ঠ কাপুল ষ্টাইল মূহুৰ্ত সমূহ
কাপুল ষ্টাইল
বি - টাউনৰ সৰ্বশ্ৰেষ্ঠ কাপুল ষ্টাইল গেমৰ অধিকাৰী হৈছে দীপিকা পাদুকণ আৰু ৰণবীৰ সিং
অফবিট ফেশ্বন চেঞ্চ
ভিন্ন ফেশ্বন চেঞ্চৰ সৈতে দুয়োগৰাকীৰ সাজপাৰৰ ভংগিমা অতি পৃথক, যাৰ বাবে ভিন্ন ষ্টাইলত জিলিকি উঠে দুয়ো গৰাকী
নৈশ এৱাৰ্ডৰ লুক
এই যোৰাটোৰ সাজপাৰক লৈ লোৱা সাহসী সিদ্ধান্তই সকলোকে প্ৰতিবাৰে প্ৰভাৱিত কৰি যায়
ক্লাছী ফৰ্মেল
হাতে - হাত ধৰি আগবঢ়া যোৰাটিয়ে বিমানবন্দৰৰ লুকৰ গেমক এক নতুন স্তৰ দিছে
জাতিগত সুন্দৰতা
বিবাহৰ পাছত বগা সাজেৰে বিমানবন্দৰত উপস্থিত হোৱা যোৰাটোৰ আকৰ্ষণীয় লুক আমি বৰ্তমানো পাহৰি যোৱা নাই
ষ্টাইলত টুইনিং
এজনে আনজনৰ পৰা পৃথক সাজপাৰ পৰিধান কৰাৰ উপৰিও, বহু সময়ত দুয়োগৰাকীক একে বৰণৰ সাজ পৰিধান কৰা দেখিবলৈ পোৱা যায়
ৰাজকীয় লুক
২০১৮ চনত বিবাহ পাশত আবদ্ধ হোৱাৰ পাছতে, নিজৰ গৃহ প্ৰবেশ অনুষ্ঠানৰ বাবে ৰাজকীয় লুকত ধৰা দিছিল দুয়োগৰাকীয়ে। দেখাত সাধাৰণ যেন লগা এই সাজে দুয়োগৰাকীক কৰি তুলিছিল অতি ৰাজকীয়
ট্ৰেণ্ডি ষ্টাইল টুইক
বগা ট্ৰেণ্ডি সাজত দুয়োগৰাকীকে এজনক আনজনৰ বাবেই জন্ম লোৱা যেন অনুমান হৈছে
লুক্স ফেশ্বন
বৰ্তমান সময়ত ৮৩ ছবিৰ প্ৰমোচনত ব্যস্ত তাৰকা দুগৰাকীয়ে বহু আকৰ্ষণীয় লুক সকলোৰে আগত দাঙি ধৰিছে
এই যোৰাটি সকলোৰে অতি আদৰৰ আৰু তেওঁলোকৰ ষ্টাইল সকলোৰে অতি পছন্দৰ

