অভিনেত্ৰী পূজা হেগডেৰ ১১টা আকৰ্ষণীয় লুক
হ'ট মন'কীনি
সাগৰীয় ঢৌৰ দৰে উন্মুক্ত কেশ, চকলেট মটীয়া ৰঙৰ আকৰ্ষণীয় মন'কীনিৰে, পৰিবেশৰ উষ্ণতা বৃদ্ধি কৰিছে অভিনেত্ৰী পূজা হেগডেয়ে
ক'লা আৰু বগা
ক'লা ৰঙৰ বডীচুট, তাৰ ওপৰত এটি বগা কোটৰ আৱৰণ, ভৰিত ওখ ক'লা বুটৰ সৈতে এখন পাৰফেক্ট ছবিৰ উদাহৰণ ডাঙি ধৰিছে অভিনেত্ৰী গৰাকীয়ে
চিকুইন ড্ৰেছ
বন্ধ ডিঙিৰ এই, জিলিকি উঠা ড্ৰেছটিৰে, জিলিকি উঠিছে অভিনেত্ৰী গৰাকীৰ মোহনীয় ৰূপ, লাবণ্য
আৰামদায়ক সাঁজ
সন্মুখৰ পিনে গাঁঠি লগোৱা এই ক'লা সৰু টপে ফুটাই তুলিছে অভিনেত্ৰী গৰাকীৰ এক ভিন্ন ৰূপ
এক ৰঙী সাঁজ
পূজা ফেশ্বনৰ প্ৰতি অতিকৈ বিকশিত। নিজৰ বোল্ড ড্ৰেছৰ বাছনিৰে অভিনেত্ৰী গৰাকীয়ে প্ৰয়ে প্ৰমাণ দিয়ে নিজৰ সাহসিকতাৰ
ক'লাৰ চমক
উজ্জ্বল ক'লা টপ, আৰু তাৰ সৈতে খাপ খোৱা পেণ্টৰ সৈতে নিজৰ কুন্দত কটা শৰীৰৰ প্ৰদৰ্শন কৰিছে অভিনেত্ৰী গৰাকীয়ে
অমিলৰ মাজত মিল
ভিজা চুলি আৰু লগত আকৰ্ষণীয় মেক- আপ। পৰিধান কৰিছে চলং আকৃতিৰ এটি টপ, আৰু এটি চুটি স্কাৰ্ট, যিয়ে উন্মুক্ত ভাৱে প্ৰকাশ কৰি তুলিছে অভিনেত্ৰী গৰাকীৰ হ'ট লুক
শীতৰ ৰেঙনি সদৃশ
উন্মুক্ত এখনি হাত, আন খনত নাটকীয় ভাৱে বৈ ৰোৱা এখনি দীঘল আচল, পেটৰ আধা অংশ নিৰভৰণ ভাৱে দৰ্শোৱা এই সাজে ডাঙি ধৰিছে অভিনেত্ৰী গৰাকীৰ নাটকীয় ৰূপ
এক ভিন্ন ৰূপে চাৰ্ট
বুটাম বিহীন চাৰ্ট, লগত এটি একেই ৰঙৰ চুটি স্কাৰ্ট আৰু ডিঙিৰ সোণৰ গহনাৰে দৰ্শকক আচন্বিত কৰি তুলিছিল অভিনেত্ৰী গৰাকীয়ে
কুল গাৰ্ল
Y২k ফেশ্বনক নিজৰ কুল গাৰ্ল ষ্টাইলেৰে পুনৰ এবাৰ সজীৱ কৰি তুলিলে অভিনেত্ৰী পূজাই
ৰোমান্টিক ৰঙা
এখন হাত উন্মুক্ত অভিনেত্ৰী ৰঙা সাজ যোৰৰ সৈতে আমি প্ৰেমত পৰিছো। অভিনেত্ৰী গৰাকী বহু আকৰ্ষণীয় লুকৰ মাজত ই অন্যতম