আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হোৱা বলিউডৰ বিখ্যাত দম্পতীসকলঃ
আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হোৱা বলিউডৰ বিখ্যাত দম্পতীসকলঃ

আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হোৱা বলিউডৰ বিখ্যাত দম্পতীসকলঃ

আজিৰ অসম আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হোৱা বলিউডৰ বিখ্যাত দম্পতীসকলঃ 15 December, 2021
Published on

ক্যাটৰিনা কাইফ হৈছে ইছলামৰ পৰা খ্ৰীষ্টান হোৱা ৷ আনহাতে, তেওঁৰ স্বামী বিকী কৌশল হৈছে হিন্দু ৷ বলিউডৰ এই নৱদম্পতীক সকলোৱে শুভেচ্ছা জনাইছে ৷ তেওঁলোক বলিউডৰ বিখ্যাত আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হোৱা দম্পতীসকলৰ অন্যতমত পৰিণত হৈছে ৷

শ্বাহৰুখ খান হৈছে ইছলাম ধৰ্মাৱলম্বীৰ ৷ তেওঁৰ পত্নী গৌৰী হিন্দু ৷ দুয়ো বহুতৰে প্ৰিয় বলিউডৰ আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হোৱা দম্পতী ৷

বলিউডৰ অন্যতম জনপ্ৰিয় আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হোৱা দম্পতী হৈছে ছৈফ আলী খান আৰু কৰীনা কাপুৰ খান ৷

হিন্দু ধৰ্মাৱলম্বীৰ প্ৰিয়ংকা চোপ্ৰা বিবাহপাশত আৱদ্ধ হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ নিক জোনছৰ লগত ৷

বলিউডৰ আন এহাল মৰমলগা আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হোৱা দম্পতী হৈছে ছোহা আলী খান আৰু কুনাল কেমু ৷

হিন্দু ধৰ্মাৱলম্বীৰ ঋতেশ দেশমুখ বিবাহপাশত আৱদ্ধ হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ জেনেলিয়া ডি-ছুজাৰ লগত ৷

হিন্দু ধৰ্মাৱলম্বী প্ৰীতি জিণ্টাৰ স্বামী জিন গুডেনফ খ্ৰীষ্টান ৷

বলিউডৰ আন এহাল বিখ্যাত আন্তঃধৰ্মীয় বিবাহপাশত আৱদ্ধ হোৱা দম্পতী হৈছে উৰ্মিলা মাতোণ্ডকাৰ আৰু মহছিন আখতাৰ ৷

ইছলাম ধৰ্মাৱলম্বীৰ আৰ্শাদ ৱাৰ্ছিৰ পত্নী মাৰিয়া গ’ৰেট্টী খ্ৰীষ্টান ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com