পুৰুষক শৰবিদ্ধ কৰা ৰকুল প্ৰীত সিঙৰ এনে ফটো দেখিছেনে ?
তলীউডৰ এক নম্বৰ হটেষ্ট সুন্দৰী
নিঃসন্দেহে ক’ব পাৰি যে ৰকুল প্ৰীত সিং হৈছে তলীউডৰ এক নম্বৰ স্থানৰ হটেষ্ট সুন্দৰী ৷ তেওঁৰ সৌন্দৰ্য আৰু শৰীৰী কমনীয়তা অপূৰ্ব ৷
ছ’চিয়েল মিডিয়াত অসংখ্য অনুৰাগী
ছ’চিয়েল মিডিয়াত ৰকুল প্ৰীত সিঙৰ অসংখ্য অনুৰাগী আছে ৷ ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা প্ৰায় ১৮ নিযুত ৷
ৰকুলৰ বাবে অনুৰাগীয়েই মূলঃ
অনুৰাগী-গুণগ্ৰাহীক আনন্দিত কৰি ৰাখিব জানে ৰকুলে ৷ ইয়াৰ বাবে তেওঁ ছ’চিয়েল মিডিয়াত হট ফটো শ্বেয়াৰ কৰে ৷
ৰকুলৰ ভাইৰেল ফটোঃ
ৰকুলে ছ’চিয়েল মিডিয়াত আপলোড কৰা প্ৰায় সকলো ফটোৱেই ভাইৰেল হয় ৷
শৰীৰ প্ৰকট কৰা সাজ-পাৰ
শৰীৰৰ সৈতে কেনে সাজপাৰ খাপ খাব বা কেনেধৰণৰ সাজ-পাৰে শৰীৰৰ সৌন্দৰ্য তুলি ধৰে, সেয়া ৰকুলে ভালদৰে জানে ৷
ফিটনেছৰ প্ৰতি আগ্ৰহঃ
শৰীৰৰ ফিটনেছৰ প্ৰতি ৰকুলে সদায়ে গুৰুত্ব দিয়ে৷ সেয়ে তেওঁ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ আছে ৷
ফেশ্বনৰ প্ৰতি আকৰ্ষণঃ
ফেশ্বনৰ প্ৰতি ৰকুলৰ বৃহৎ আকৰ্ষণ আছে ৷ সেই অনুসৰি তেওঁ পৰিৱেশ-পৰিস্থিতি মিলাই সাজপাৰ পৰিধান কৰে ৷
শৰীৰৰ সৌন্দৰ্য তুলি ধৰাত গুৰুত্বঃ
পৰিৱেশৰ লগত মিলাই ভিন্ন সাজপাৰ পৰিধান কৰিলেও ৰকুল প্ৰীত সিঙে সদায়ে শৰীৰৰ সৌন্দৰ্য ফুটাই তোলাৰ প্ৰতি গুৰুত্ব দিব লাগে ৷
দৈহিক সৌন্দৰ্যৰে উত্তাপ বৃদ্ধি ঃ
ৰকুলৰ শৰীৰী সৌন্দৰ্যই সদায়ে পুৰুষৰ শৰীৰৰ উত্তাপ বৃদ্ধি কৰে ৷ এই ফটোৱেও তাকে কয় ৷
প্ৰত্যেক ফটোতে হট আৰু ব’ল্ডঃ
ৰকুল প্ৰীতৰ প্ৰতিখন ফটোতে তেওঁক হট আৰু ব’ল্ড দেখা যায়। এই ফটোও তাৰ ব্যতিক্ৰম নহয় ৷