আজি কৰ্মস্থলীত আপোনাক এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হব। ইয়ে আপোনাৰ পদ-মৰ্য়াদা বৃদ্ধি কৰিব আৰু আপুনি আনৰ বাবে অনুকৰণীয় ৰোল মডেলত পৰিণত হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বুজা-পৰা থকা গুণসম্পন্ন হ’ব ৷ সময়মতে কাম শেষ কৰিবলৈ আপোনাৰ ওপৰত হেঁচা থাকিব আৰু আপোনাৰ কিছু পৰিৱৰ্তন ঘটিব ৷ আপুনি প্ৰচুৰ মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ পৰা সুখ পাব ৷
সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)
আজিৰ দিনটো আপোনাৰ বাবে ভাগ্যবান দিন হব । আপুনি চাকৰি বা কামৰ অফাৰ পাব পাৰে। আপোনাৰ সন্তান পৰীক্ষাত উজ্বলি উঠিব। আপুনি নিজকে বান্ধোন আৰু নিয়ম-কানুনৰ পৰা মুক্ত যেন অনুভৱ কৰিব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক জিপাল কৰি ৰাখিব। আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব ৷ আপোনাৰ মৰমৰজনে শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টিত সহায় কৰিব ৷
কন্যা : (২৪ আগষ্ট - ছেপ্টেম্বৰ)
আপুনি এটা সুন্দৰ আৰু সুখৰ দিন উপভোগ কৰিব। কাৰোৰে সৈতে তৰ্ক-বিতৰ্ক নকৰিব, কাৰণ মাৰপিত হ’ব পাৰে ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আপোনাৰ কিছু গুৰুত্বপূৰ্ণ আলোচনা হ’ব পাৰে ৷ আপুনি কৰ্ম সংক্ৰান্তীয় বিষয়ত সফলতা অৰ্জন কৰিব ৷ আপুনি আপোনাৰ সন্মান বৃদ্ধি কৰিব ৷ আপুনি নিজৰ মাজত ইতিবাচকতা অনুভৱ কৰিব ৷
তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)
আজিৰ দিনটো আপোনাৰ বাবে অনুকূল দিন হব আৰু আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে হৃদয় খুলি কথা পাতিব। আপুনি কিছু উত্থান-পতন আশা কৰিব পাৰে ৷ আপুনি বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিব আৰু প্ৰচুৰ নাম আৰু যশস্যা আহৰণ কৰিব ৷ আপুনি আইনী বিষয়ত সফলতা অৰ্জন কৰিব ৷
বৃশ্চিক : (২৪ অক্টোবৰ -২২ নৱেম্বৰ)
যদি আপুনি প্ৰতিশ্ৰুতিবদ্ধ নহয়, তেন্তে আপুনি কথা-বতৰাবোৰত মূল ভূমিকা লোৱাটো নিশ্চিত। আপোনাৰ আপুনি অনেক অনুগামী আৰু অনুৰাগী পাব ৷ সময়ত এয়া নিজেই হ’ব ৷ আপুনি অতিশয় সুখী হ’ব ৷ আপুনি নতুন কাপোৰ আৰু আ-অলংকাৰ ক্ৰয়ত ধন ব্যয় কৰিব ৷ আপুনি কিছু খেলাধূলাও কৰিব আৰু তাৰ সৈতে ব্যস্ত থাকিব ৷ আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব ৷
ধনু : (২৩ নৱেম্বৰ -২১ ডিচেম্বৰ)
আপোনাৰ প্ৰিয়জনে আপোনাৰ মতামতৰ সৈতে ঐক্যমত পোষণ নকৰিব আৰু ইয়াক লৈ দুযোৰে মাজত বাক-বিতণ্দা হব পাৰে। আপোনাৰ ব্যয় বৃদ্ধি পাব ৷ আপোনাৰ কাম সম্পন্ন হ’ব ৷ আপুনি সামাজিক কাম-কাজত ব্যস্ত থাকিব ৷ আপুনি নিজকে পুনৰ সজীৱ কৰাৰ বাবে অফুৰন্ত সময় পাব আৰু পাৰ্টীত অংশ ল’ব ৷ আনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী স্থিতিস্থাপকতা পূৰ্ণ হ’ব ৷ সুখ-হাঁহিৰ পৰিৱেশ গঢ়াত আপোনাৰ আপোনজনে সহায় কৰিব ৷
মকৰ : (২২ ডিচেম্বৰ-২০ জানুৱাৰী)
আপোনাৰ জীৱনত কিছু বৈপৰীত্যই দেখা দিব পাৰে আৰু সেয়া শান্ত মনেৰে আলোচনা কৰা উচিত। প্ৰথমে আপোনাৰ ভেটি শক্তিশালী হ’বলৈ দিয়ক ৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হ’ব ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ আপোনাৰ বৰ্তমানৰ অৱস্থা কেনে, সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হ’ব ৷ কিন্তু এয়াও গুৰুত্বপূৰ্ণ হব।
কুম্ভ: (২১ জানুৱাৰী -১৮ ফেব্ৰুৱাৰী)
আজি আপোনাৰ কৰ্ম-ক্ষেত্ৰত উজ্বলি উঠিব পাৰে । আপোনাৰ মানসিক দৃঢতা আৰু সততাই আপোনাক সহায় কৰিব। আপুনি আজি পুৰণি বন্ধু-বান্ধৱক লগ পাব পাৰে ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব ৷ আপুনি আপোনাৰ কামত উজলি উঠিব ৷ আপুনি সন্মুখীন হোৱা জটিলতা দূৰ হ’ব ৷ সময় আপোনাৰ অনুকূল ৷ আপুনি এটা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব আৰু সেই অনুসৰি কাম কৰিব
মীন: ( ১৯ ফেব্ৰুৱাৰী -২০ মাৰ্চ)
আপুনি ৰাজহুৱা স্থানত কোনোবা এগৰাকী ব্যক্তিক লগ পাব পাৰে আৰু তেওঁৰ লগত ৰোমাণ্টিক সম্পৰ্ক আৰম্ভ হব পাৰে। আপুনি আপোনাৰ আশা-প্ৰত্যাশা সীমিত কৰাৰ প্ৰয়োজন আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা এতিয়াই অধিক বিচৰাতো আগতীয়া কথা হ’ব ৷ আপোনাৰ ভাই-ককাইৰ লগত থকা ব্যৱধান দূৰ হ’ব ৷ আপুনি কোনো ব্যক্তিৰ পৰা দামী উপহাৰ পাব পাৰে ৷