কৰ্মস্থলীত আপুনি এটা অতি ভাললগা খবৰ পাব। এই খবৰ আপোনাৰ জীৱনসংগীৰ বাবে অতি আনন্দৰ বিষয় হব। আপোনালোক দুয়োজনে ভাগ্যৰ এই আকস্মিক পৰিৱৰ্তন উপভোগ কৰিব। আপুনি অনেক বস্তু ক্ৰয় কৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি ঘৰুৱা দায়িত্বও অতি ভালদৰে পালন কৰিব। কামত আপোনাৰ কৰ্তৃত্ব থাকিব।
মিথুন : (২২ মে’-২১ জুন)
পুনৰ আপোনাৰ সুখৰ দিন আৰম্ভ হৈছে। এই সুখ-সমৃদ্ধি সম্পূৰ্ণভাবে উপভোগ কৰক। এই সুন্দৰ জলবায়ুৰ দিনত আপুনি আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিবলৈ যাব। আপুনি এক উদাৰ আৰু দয়ালু দৃষ্টিভংগী গ্ৰহণৰ প্ৰয়োজন হব। আপুনি আনৰ সহায়ত শক্তি আৰু দৃঢ়তা অৰ্জন কৰিব। ৷ আপুনি আপোনাৰ জীৱনক অগ্ৰাধিকাৰসমূহক গুৰুত্ব দি যাব ৷
কৰ্কট : (২২ জুন- ২২ জুলাই)
আপোনাৰ অনুকূলে জোৱাৰ উঠিছে। আপুনি আপোনাৰ জীৱনত আপোনাৰ জীৱনসংগীৰ গুৰুত্ব উপলব্ধি কৰিবলৈ লব।আৰু তেওঁৰ সৈতে পূৰ্ণাংগ হবলৈ বিচাৰিব। আপুনি আন্তৰিকতাৰে আপোনাৰ কাম শেষ কৰিব ৷ আপুনি নাম-যশস্যা আহৰণ কৰিব আৰু মানুহৰ লগত প্ৰত্যক্ষভাবে কথা পাতিব ৷ পূৰ্বতকৈ মানুহৰ ওপৰত আপোনাৰ কৰ্তৃত্ব অধিক হ’ব ৷
আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধতা পুনৰ নতুন কৰাৰ প্ৰয়োজন হব। আপোনাৰ আত্মবিশ্বাসী ভাবমূৰ্তিৰ জৰিয়তে আপুনি অনেক মানুহৰ লগত সহজে বন্ধুত্ব গঢ়িব পাৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হ’ব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ বিচাৰিব ৷ আপুনি কিছুমান বিষয়ৰ নতুন জ্ঞান আহৰণ কৰিব। গ্ৰন্থপ্ৰেমীৰূপে আপুনি অনুপ্ৰেৰণাদায়ক, জ্ঞানবৰ্ধক আৰু চিত্ৰাকৰ্ষক সাহিত্য পঢ়িব ৷
ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)
আপুনি অতি অপ্ৰত্যাশিতভাবে জীৱনত প্ৰেম পাব। এই ঘটনাই বৰ্তমানে ঘটিব। অতি অ-গতানুগতিক পৰিৱেশত আপুনি মনে বিচৰা এজন ব্যক্তিক লগ পাব পাৰে । যদি আপুনি চাকৰি কৰে, তেন্তে আপুনি নিজৰ পচন্দৰ স্থানলৈ বদলি হ’ব পাৰে৷ আপুনি আপোনাৰ সন্তানৰ যতন লোৱাৰ প্ৰয়োজন ৷ আপুনি এজন নতুন ব্যক্তিৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰে ৷
মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)
আপোনাৰ জীৱনসংগী আপোনাৰ অধিক ওচৰ চাপি আহিব। আপোনালোক দুয়োজনে একেলগে অনেক সময় অতিবাহিত কৰিব। আপুনি সুখী হ’ব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো আপোনাৰ দৰেই কথাবোৰ চিন্তা কৰিছে ৷ আপোনাৰ জীৱনত ইতিবাচক চিন্তা, আনন্দ-স্ফূৰ্তি আৰু ধন থাকিব ৷আপুনি সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰিব ৷ ব্যৱসায়ত আপুনি দুগুণ লাভ অৰ্জন কৰিব পাৰে ৷
কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)
আপুনি এক দীৰ্ঘ সময় ধৰি এটা গভীৰ প্ৰেমৰ সম্পৰ্কত আবদ্ধ হৈ আছে। আপনোৰ প্ৰেমিক বা প্ৰেমিকাই ইয়াক বিয়াৰ ৰূপ দিবলৈ বিচাৰিব। আপুনি আপোনাৰ সহকৰ্মীসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব ৷ কোনোৱেই আপোনাৰ কামৰ প্ৰতি থকা আনুগত্যক অস্বীকাৰ কৰিব নোৱাৰিব ৷ আপুনি পুৰণি স্মৃতি পুনৰ সজীৱ কৰিব।
মীন : (১৯ ফেব্ৰুৱাৰী -২০ মাৰ্চ)
আপোনাৰ জীৱনসংগীয়ে কবলৈ বিচৰাটো আপুনি এতিয়ালৈ বুজি নাপাব। কিন্তু লাহে লাহে আপুনি তেওঁৰ আবেগ অনুভূতি পূৰ্বতকৈ ভালদৰে বুজি পোৱাৰ চেষ্টা কৰিব। আপোনাৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পাব। ভাল পৰিৱেশ উপভোগ কৰি থকাৰ মাজতে আপুনি নিজৰ কামো সম্পূৰ্ণৰূপে কৰি শেষ কৰিব ৷ আপুনি আপোনাৰ ঘৰ আৰু কাৰ্যালয়ৰ কামৰো ভালদৰে তদাৰক কৰিব।