৭৫তম কানছ চলচ্চিত্ৰ উৎসৱত ভাৰত
৭৫তম কানছ চলচ্চিত্ৰ উৎসৱত ভাৰত

৭৫তম কানছ চলচ্চিত্ৰ উৎসৱত ভাৰত

আজিৰ অসম ৭৫তম কানছ চলচ্চিত্ৰ উৎসৱত ভাৰত ১৯ মে ২০২২
Published on

কানছ চলচিত্ৰ উৎসৱত ভাৰতে লাভ কৰিবলৈ সক্ষম হয়, সন্মানীয় দেশৰ সন্মান।

কানছ চলচিত্ৰ উৎসৱত বলিউড অভিনেত্ৰী দীপিকা পদুকনে ভাগ লয় জুৰী সদস্য হিচাপে।

বেংগল বাঘৰ পৰা অনুপ্ৰাণিত হৈ সাব্যসাচিৰ দ্বাৰা তৈয়াৰী ক'লা চমকপ্ৰদ শাৰীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰী গৰাকী।

সৰ্ব বৃহৎ ভাৰতীয় প্ৰতিনিধি সকলে ৰেড কৰ্পেটত খোজ দিয়া ইয়ে প্ৰথমটো অনুষ্ঠান।

নৱম বাৰৰ কাৰণে কানছ চলচিত্ৰ উৎসৱত ভাগ ল'ব অভিনেতা নৱাজুদ্দিন ছিদ্দিকিয়ে।

দুবাৰকৈ গ্ৰেমী বঁটাৰে সন্মানীয় ৰিকি কেজে অনুষ্ঠানৰ প্ৰথম দিনা প্ৰদৰ্শন কৰে নিজৰ ক'লা।

নিজৰ ছবি "ৰকেত্ৰী - দ্য নাম্বি ইফেক্ট"ৰ প্ৰিমিয়াৰৰ বাবে উপস্থিত হোৱা আৰ মাধবনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে নিজৰ আকৰ্ষণীয় ৰূপে।

নিৰ্দেশিত ছবি "লে মাস্ক"ৰ ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে এ আৰ ৰহমান উপস্থিত হয় কানছৰ মঞ্চত।

বলীউডৰ প্ৰখ্যাত গায়ক পাপনে সন্মানীয় কানছ চলচ্চিত্ৰ মহোৎসৱত প্ৰতিনিধিত্ব কৰে ভাৰত আৰু তেওঁৰ জন্মভূমি অসমক।

ঐশ্বৰ্য ৰায় বচ্চনে কান চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ ধুনীয়া পোছাকৰ সৈতে ৰেড কাৰ্পেটলৈ গ্লেমাৰ আনিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com