জেকুলিন ফাৰ্ণাণ্ডেজঃ ৰঙে-ৰূপে ষ্টাইলিছ সুন্দৰীগৰাকী
Web Stories
জেকুলিন ফাৰ্ণাণ্ডেজঃ ৰঙে-ৰূপে ষ্টাইলিছ সুন্দৰীগৰাকী
আজিৰ অসম জেকুলিন ফাৰ্ণাণ্ডেজঃ ৰঙে-ৰূপে ষ্টাইলিছ সুন্দৰীগৰাকী 17 December, 2021
জেকুলিন ফাৰ্ণাণ্ডেজৰ এক শক্তিশালী ফেশ্বন শৈলী আছে ৷
অভিনেত্ৰীগৰাকীয়ে সদায়ে নিজকে গ্লেমাৰাছ কৰি ৰাখে ৷
এই ফটোত তেওঁক কৰ্তৃত্বশীল ৰূপত দেখা গৈছে ৷ লগতে ৰুচিশীলতাও প্ৰতিফলিত হৈছে ৷
কেনেদৰে শাড়ী পৰিধান কৰিব লাগে সেয়াও এই শ্ৰীলংকান সুন্দৰীগৰাকীয়ে জানে ৷
এই ভিডিঅ’ত তেওঁক কেনে লাগিছে ? আপুনি এটা বৰ্ণনা দিব পাৰিবনে ?
ছুইমছ্যুটে যেন জেকুলিনৰ শৰীৰী সৌন্দৰ্য কথা কৈছে ৷
এই গুৰু-গম্ভীৰ গাউন পৰিধান কৰি জেকুলিনে পাৰ্টীৰ সৌন্দৰ্য বৃদ্ধি কৰে ৷
উস! এই হাঁহি আৰু উত্তাপে বহুতৰে হৃদয়ত আলোড়ন তোলে ৷
ফুলাম সাজত তেওঁক কেনে লাগে চাওক !
এনে এজোৰ সাজ বহুতেই ৰাখিব বিচাৰে ৷ তেওঁক আবেদনময়ী যেন লগা নাইনে ?
জন আব্ৰাহাম অভিনীত ছবিৰ প্ৰমোচনৰ সময়ত জেকুলিন ৷ এই দৃষ্টিয়ে বহুতকে আহত কৰে ৷