জানৱী কাপুৰৰ ষ্টাইল ফাইলচ্
জানৱী কাপুৰৰ ষ্টাইল ফাইলচ্

জানৱী কাপুৰৰ ষ্টাইল ফাইলচ্

আজিৰ অসম জানৱী কাপুৰৰ ষ্টাইল ফাইলচ্ ৪ ডিচেম্বৰ ২০২১
Published on

অভিনেত্ৰী জানৱী কাপুৰৰ কাপুৰৰ সংগ্ৰহ নিসন্দেহে স্বপ্নসদৃশ। আমি নিশ্চিত যে তেওঁৰ ফেশ্বন জ্ঞানে ফেশ্বন পুলিচৰ লগতে আপোনাৰ মনটো সাঁচ বঢ়োৱাই যাব।

কেৱল পশ্চিমীয়া সাঁজেৰে নহয়, অভিনেত্ৰী গৰাকীক দেখাত অতুলনীয় কৰি তোলে লেহেংগা আৰু শাৰীয়েও

আমি ভাষাহীন, জানৱী

সদায়ৰ দৰে চেক্সী, সূৰ্য্যৰ পোহৰত জিলিকি উঠা বিকীনি, আৰু চুটি স্কাৰ্টেৰে দেখাত অতুলনীয় হৈ উঠিছে অভিনেত্ৰী গৰাকী

স্বপ্নসদৃশ, নহয় নে?

জিলিকি উঠা সকলো বস্তুয়েই যেন জানৱী। সন্মত নে?

জানৱীয়ে পৰিধান কৰা এই ক'লা সাঁজযোৰ আমাৰ সকলোৰে ব্যক্তিগত প্ৰিয়

অসংযত চুলি? কিন্তু জানৱীৰ তালৈ ভ্ৰুক্ষেপ নাই

শব্দটি কি আছিল? চমৎকাৰী !

আৰু জানক

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com