অভিনেত্ৰী জান্হৱী কাপুৰৰ বন্ধৰ দিন উদযাপনৰ আকৰ্ষণীয় ফটো
অভিনেত্ৰী জান্হৱী কাপুৰৰ বন্ধৰ দিন উদযাপনৰ আকৰ্ষণীয় ফটো

অভিনেত্ৰী জান্হৱী কাপুৰৰ বন্ধৰ দিন উদযাপনৰ আকৰ্ষণীয় ফটো

আজিৰ অসম অভিনেত্ৰী জান্হৱী কাপুৰৰ বন্ধৰ দিন উদযাপনৰ আকৰ্ষণীয় ফটো 26 Nov, 2021
Published on

লছ এঞ্জেলছৰ পথৰ ফটো

লছ এঞ্জেলছত কিছুসময় কটাওঁতে ক’লা সাজ-পাৰত জান্হৱী কাপুৰে তোলা ফটো নিউয়ৰ্কত ৰঙীন ট’প, শেঁতা বগা পেণ্ট আৰু তাৰ সৈতে মিলি পৰা কোট পৰিহিত অৱস্থাত

সমুদ্ৰতীৰত

ডুবাইৰ সমুদ্ৰতীৰত জান্হৱী কাপুৰ ৷ এই ফটোত তেওঁক ফুলাম ৰঙা-ক’লা বিকিনী আৰু ছাৰ’ঙত দেখা গৈছে

মৰুভূমি ভ্ৰমণৰ সময়ত

মুগা ট’প, ডেনিম শ্বৰ্ট আৰু বহুৰঙী হেডস্কাৰ্ফত জান্হৱী কাপুৰক দেখা গৈছে

ধৰ্মীয় ভাৱত

এই ফটোত অভিনেত্ৰীগৰাকীক গুলপীয়া চেলোৱাৰ কামিজ আৰু এযোৰ ঝুমকাত দেখা গৈছে

অ-পৰম্পৰাগত সাজত

এই ফটোত অভিনেত্ৰীগৰাকীয়ে এটা ৰূপালী ৰঙৰ বিকিনী আৰু তাৰ ওপৰত লগোৱা টুকুৰা কাপোৰৰ সাজত দেখা গৈছে

অত্যাধুনিক সাজ-পাৰত

জীড়াৰ লেখীয়া সেউজীয়া সাজ-পাৰত অভিনেত্ৰীগৰাকীক দেখা গৈছে ৷ তেওঁৰ এই পোচাকত ষ্টেপ শ্লীভ আছে ৷

সমুদ্ৰতীৰত সৌন্দৰ্যৰাণীৰ ৰূপত

নাহৰফুটুকী বাঘৰ ৰঙৰ বিকিনী আৰু এটা বগা টপ পৰিহিত অৱস্থাত জান্হৱী কাপুৰ

ছুইমিং পুলৰ কাষত

জান্হৱী কাপুৰে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে বন্ধৰ দিন কটোৱাৰ সময়ত তেওঁ পৰিধান কৰা সাজ-পাৰ অতি ফেশ্বনেবল হয় ৷

নিউয়ৰ্কত

নিউয়ৰ্কৰ উদ্যানত ৰঙীন ট’প, শেঁতা বগা পেণ্ট আৰু তাৰ সৈতে মিলি পৰা কোট পৰিহিত অৱস্থাত

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com