কাৰ্তিকে গাড়ী ভালপায় আৰু অতি বিলাসী গাড়ী ক্ৰয় কৰিছে ৷ সাত কোটিৰো অধিক টকাৰ গাড়ী তেওঁৰ আছে। ইয়াৰ ভিতৰত এখন বি এম ডব্লিউ ৫ ছিৰিজ, এখন মিনি কুপাৰ, প’ৰ্স্ক বক্সটাৰ আৰু এখন লাম্ভৰগিনি আছে ৷
মুঠ সম্পত্তিৰ পৰিমাণঃ
কাৰ্তিৰ আৰয়ানৰ বয়স সম্প্ৰতি মাথোঁ ৩১ বছৰ ৷ কিন্তু এই কম বয়সতে তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩২ কোটি টকা অৰ্থাৎ ৫.২ নিযুত ডলাৰৰ ৷
প্ৰতি ছবিৰ বাবে লোৱা পাৰিশ্ৰমিকৰ পৰিমাণঃ
প্ৰতিখন ছবিৰ পৰা কাৰ্তিকে ৫ৰ পৰা ১০ কোটি টকা আয় কৰে ৷ তেওঁৰ বাৰ্ষিক আয় প্ৰায় ১৫ কোটি টকা ৷
প্ৰতি ছবিৰ বাবে লোৱা পাৰিশ্ৰমিকৰ পৰিমাণঃ
প্ৰতিখন ছবিৰ পৰা কাৰ্তিকে ৫ৰ পৰা ১০ কোটি টকা আয় কৰে ৷ তেওঁৰ বাৰ্ষিক আয় প্ৰায় ১৫ কোটি টকা ৷
ছবিৰ উপৰি আন কামঃ
ছবিৰ কামৰ উপৰি কাৰ্তিক বহুসংখ্যক ব্ৰেণ্ডৰ সৈতে জড়িত আছে ৷ ইয়ে তেওঁৰ গুৰুত্ব আৰু মূল্য বৃদ্ধি কৰিছে ৷
মধ্য বিত্ত পৰিয়ালৰ সন্তানঃ
কাৰ্তিক মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ এটা মধ্য বিত্ত পৰিয়ালৰ সন্তান ৷ বায়’টেকন’লজীত অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণৰ উদ্দেশ্য তেওঁ মুম্বাইলৈ গৈছিল ৷
মধ্য বিত্ত পৰিয়ালৰ সন্তানঃ
কাৰ্তিক মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ এটা মধ্য বিত্ত পৰিয়ালৰ সন্তান ৷ বায়’টেকন’লজীত অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণৰ উদ্দেশ্য তেওঁ মুম্বাইলৈ গৈছিল ৷
বলীউডত কাৰ্তিকঃ
ছনু কে টিটু কী ছুইটীৰ পাছত কাৰ্তিকে প্যাৰ ক্যা পঞ্চমাত দিয়া দীঘল সংলাপটোৰ জৰিয়তে সফলতা অৰ্জন কৰে ৷
কাৰ্তিক, এতিয়াও আপুনি বহুদূৰ যাবলৈ বাকী আছে !
কাৰ্তিক, এতিয়াও আপুনি বহুদূৰ যাবলৈ বাকী আছে ! আগবাঢ়ি যাওক