মালাইকা আৰোৰাৰ কেইটামান কেতিয়াও পাহৰিব নোৱাৰা লুক
মালাইকা আৰোৰাৰ কেইটামান কেতিয়াও পাহৰিব নোৱাৰা লুক

মালাইকা আৰোৰাৰ কেইটামান কেতিয়াও পাহৰিব নোৱাৰা লুক

আজিৰ অসম মালাইকা আৰোৰাৰ কেইটামান কেতিয়াও পাহৰিব নোৱাৰা লুক 19 Nov, 2021
Published on

ব্লেক সাজে সৰ্বোত্তম দেখা যায় মালাইকা আৰোৰাক

উৰুলৈকে কটা চামৰাৰ সাঁজ যোৰে অভিনেত্ৰী গৰাকীক অতিকৈ আকৰ্ষণীয় কৰি তুলিছিল

পাখী লগা এই গাউনেৰে অভিনেত্ৰী গৰাকীৰ সুৰুচি প্ৰকাশ পাইছিল

পশ্চিমীয়াৰ লগতে ভাৰতীয় সাজ পাৰেও অতিকৈ শুৱনি কৰি তোলে অভিনেত্ৰী গৰাকীক

গ্লেমাৰেছ ড্ৰেছ সমূহে অতিকৈ শোভা পায় অভিনেত্ৰী গৰাকীক দেহত

গুলপীয়া বেলুনৰ দৰে হাতৰ, বাহুৰ তললৈকে পোৱা টপ আৰু তাৰ লগত মিলা পেণ্টেৰে অভিনেত্ৰী গৰাকীক অতিকৈ দেখনিয়াৰ কৰি তুলিছে

সেউজ বৰণীয়া কোট আৰু পেন্টেৰে অতিকৈ ক্লাছী দেখাইছে অভিনেত্ৰী গৰাকীক

ছুটি টপ, তাৰ লগত দীঘল কোট আৰু স্কিন্নী পেণ্টেৰে সুঠাম দেহৰ শোভা বৰ্ধন কৰিছে অভিনেত্ৰী গৰাকীয়ে

বি টি ফেশ্বন সপ্তাহ ২০২১ৰ মঞ্চত নিজৰ আকৰ্ষণীয় ৰূপে সকলোকে নিজৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰী গৰাকী

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com