শীতৰ দিনবোৰত নোৰা ফাটেহীৰ দৰে কেশসজ্জা কৰিব বিচাৰে নেকি ?
Web Stories
শীতৰ দিনবোৰত নোৰা ফাটেহীৰ দৰে কেশসজ্জা কৰিব বিচাৰে নেকি ?
আজিৰ অসম শীতৰ দিনবোৰত নোৰা ফাটেহীৰ দৰে কেশসজ্জা কৰিব বিচাৰে নেকি ? 30 Nov, 2021
যিকোনো কেশসজ্জাতে নোৰা ফাটেহী উজলি উঠে ৷ সুন্দৰী অভিনেত্ৰীগৰাকীৰ দৰে আপুনি কেশসজ্জা কৰিব বিচাৰে নেকি? যদি বিচাৰে, তেন্তে এয়া চাওকঃ
বীচ্চ ৱেভছঃ
বীচ্চ ৱেভছ শৈলীৰ এই কেশসজ্জাত নোৰা উজলি উঠিছে
লিপিট খাই পৰা কেশসজ্জাৰেঃ
নোৰাক এই ফটোত মূৰত লিপিট খাই পৰা কেশসজ্জাত দেখা গৈছে ৷ এই কেশসজ্জাত তেওঁক অতি ৰুচীশীল দেখা গৈছে ৷ এই কেশসজ্জাক শ্লীক প’নীটেইল বুলি জনা যায় ৷
মূৰৰ পিছফালে পৰি থকা কেশসজ্জাতঃ
ছুৱেপ্ট ৱেক বুলি জনাজাত এই কেশসজ্জা প্ৰদৰ্শনৰ সময়ৰ উপযোগী ৷
চুলি বিশৃংখল কৰি ৰখা ধৰণৰ কেশসজ্জাঃ
মেছী প’নিটেইল নামৰ কেশসজ্জাত নোৰাই এক গ্লেমাৰ গাৰ্লৰ পৰিচয় দিছে ৷
মাচৰ নেজৰ ফিচাৰ দৰে কৰি লোৱা কেশসজ্জাতঃ
এই কেশসজ্জাৰ সৈতে নোৰাই ভাৰতীয় পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰিছে ৷ তেওঁৰ এই শৈলীয়ে প্ৰকৃতাৰ্থতে পূৰ্ণাংগ ৰূপ পাইছে ৷
কেঁকোৰা চুলিৰ কেশসজ্জাতঃ
এই কেশসজ্জাত নোৰাক অতি গ্লেমাৰাছ দেখা গৈছে ৷
উচ্ছৃঙ্খল চুলিৰে খোপা বন্ধা কেশসজ্জাঃ
এই ধৰণৰ কেশসজ্জা কেতিয়াও পুৰণি নহয় !