চাওক ! যিকোনো সাজেৰেই দৃষ্টিহৰণ কৰে নোৰা ফাটেহীয়ে
Web Stories
চাওক ! যিকোনো সাজেৰেই দৃষ্টিহৰণ কৰে নোৰা ফাটেহীয়ে
আজিৰ অসম চাওক ! যিকোনো সাজেৰেই দৃষ্টিহৰণ কৰে নোৰা ফাটেহীয়ে 9 December, 2021
নীলা স্কাৰ্ট আৰু ক্ৰপ ট’পেৰে বহুতৰে হৃদস্পন্দন দ্ৰুত কৰিছে নোৰাই
নিজৰ আকৰ্ষণীয় শৰীৰ অনুৰাগীৰ আগত প্ৰদৰ্শনৰ ক্ষেত্ৰত নোৰাই কোনো সুযোগৰ অপচয় নকৰে
নিজৰ আবেদনময়ী শৰীৰ অনুৰাগীৰ সন্মুখত প্ৰদৰ্শনৰ ক্ষেত্ৰত নোৰাই কোনো কৃপনালি নকৰে
পুৰষ অনুৰাগৰ হৃদয়ত কেনেদৰে কম্পন তুলিব পাৰি, সেয়া নোৰাই ভালদৰে জানে
এই ক’লা-বগা সাজত তেওঁক ষ্টাইলিচ আৰু ফেশ্বনেবল দেখাইছে
মহানগৰীৰ ফেশ্বনেবল যুৱতী হিচাপে নোৰাই পৰিচয় দাঙি ধৰিছে ৷
প্ৰতিটো সাজতে তেওঁৰ ষ্টাইলিছ স্বভাৱ প্ৰকাশ কৰে
এই ৰঙা ব’ল্ড সাজ-পাৰ পৰিহিতা অৱস্থাত
পুৰুষৰ হৃদয়ত লহৰৰ সৃষ্টি কৰাত সম্পূৰ্ণৰূপে সফল নোৰা ৷