টি ২০ অধিনায়ক ৰূপে ৰোহিত শৰ্মাৰ কিছু কৃতিত্ব, যি আৰ্জিবলৈ বিৰাট কোহলী সক্ষম হোৱা নাছিল
টি ২০ অধিনায়ক ৰূপে ৰোহিত শৰ্মাৰ কিছু কৃতিত্ব, যি আৰ্জিবলৈ বিৰাট কোহলী সক্ষম হোৱা নাছিল

টি ২০ অধিনায়ক ৰূপে ৰোহিত শৰ্মাৰ কিছু কৃতিত্ব, যি আৰ্জিবলৈ বিৰাট কোহলী সক্ষম হোৱা নাছিল

আজিৰ অসম টি ২০ অধিনায়ক ৰূপে ৰোহিত শৰ্মাৰ কিছু কৃতিত্ব, যি আৰ্জিবলৈ বিৰাট কোহলী সক্ষম হোৱা নাছিল ১৭ নৱেম্বৰ ২০২১
Published on

১৯তম্ টি ২০ত ৰোহিত শৰ্মাই ভাৰতৰ নৃতত্ব কৰিছিল। তেওঁৰ অধীনত দলটোৱে ১৫খন খেলত বিজয় লাভ কৰিছিল। ৰোহিত আছিল প্ৰথম গৰাকী ভাৰতীয় অধিনায়ক যাৰ অধীনত দলটোৱে প্ৰথম ৪খন খেলত বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল।

ৰোহিত শৰ্মা হৈছে প্ৰথম গৰাকীয়ে ভাৰতীয় যিয়ে ভাৰতৰ অধিনায়ক হিচাপে টি ২০ আইত শতক কোবাবলৈ সক্ষম হৈছিল

মুম্বাই ইণ্ডিয়ানৰ অধিনায়ক ৰূপে খেলুৱৈ গৰাকীয়ে ৫টা আই পি এলৰ বিজয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল, যিয়ে তেওঁক এগৰাকী দক্ষ অধিনায়ক হিচাপে প্ৰমাণিত কৰে।

অ' ডি সমূহত অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ হাৰ বিৰাট কোহলীতকৈ উচ্চ। কোহলীৰ হাৰ হৈছে ৬৪.৫৮% আৰু ৰোহিতৰ ৭৮.৯৪%

২০১৮চনত ৰোহিতে ভাৰতৰ অধিনায়ক হিচাপে নিডাহাছ ট্ৰফীৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল, টি ২০ৰ অধিনায়ক হিচাপে এই বিজয় তেওঁৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com