ৰঙা সাজ-পাৰত পৰমা সুন্দৰীৰ ৰূপত সামন্তা ৰুথ প্ৰভূ
Web Stories
ৰঙা সাজ-পাৰত পৰমা সুন্দৰীৰ ৰূপত সামন্তা ৰুথ প্ৰভূ
আজিৰ অসম ৰঙা সাজ-পাৰত পৰমা সুন্দৰীৰ ৰূপত সামন্তা ৰুথ প্ৰভূ 6 December, 2021
সামন্তা ৰূথ প্ৰভুক চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ শ্ৰেষ্ঠ পৰিশালীত পোচাক পৰিধানকাৰী অভিনেত্ৰীৰূপে জনা যায় ৷
সামন্তা ৰুথ প্ৰভূৰ সাজ-পাৰৰ পচন্দ আনৰ লগত নিমিলে ৷
“ মাজিলি" খ্যাত অভিনেত্ৰীগৰাকীয়ে প্ৰমাণ কৰিছে যে যিকোনো ৰঙৰ সাজ-পাৰেই তেওঁৰ সৈতে মিলি পৰে ৷
“ জানু" খ্যাত অভিনেত্ৰীগৰাকীৰ এই বেশে পুৰুষৰ হৃদস্পন্দন বৃদ্ধি কৰে ৷
শুকুৰবাৰৰ নৈশ পাৰ্টীৰ সৈতে সম্পূৰ্ণৰূপে ৰজিতা খাই পৰা পোচাকত অভিনেত্ৰীগৰাকী !
এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰা এই সাজ-পাৰ সকলোৰে চৰ্চাৰ বিষয় হৈ পৰে ৷
ফুলাম কাৰুকাৰ্য থকা এই ৰঙা-সুমথিৰা ৰঙৰ সাজ-পাৰে সামন্তাক ফুটাই তুলিছে ৷
ৰঙা ৰঙৰ এই “ বল্ড" পোচাকেৰে “শকুন্তলম" খ্যাত সামন্তাই ইণ্টাৰনেটত খলকনি লগাইছে।
এই সুন্দৰ ৰঙীন শাৰীয়ে ৩৪ বছৰীয়া অভিনেত্ৰীগৰাকীক মৰমলগা কৰি তুলিছে ৷