বিকিনী পৰিধান কৰি দেহ-সৌষ্টৱ প্ৰদৰ্শন ছাৰা আলী খানৰ
ছাৰাই বিকিনীৰ সৈতে খাপ খোৱা এটা ট’প পৰিধান কৰি দেহ-সৌষ্টৱ প্ৰদৰ্শন কৰিছে ৷
টাই-ডাই ট্ৰেণ্ড
ইয়াত ছাৰাক জলপৰী যেন লাগিছে ৷ ইয়াত ছাৰাই মিলি পৰা বিকিনী পৰিধান কৰিছে ৷
বহু ৰঙৰ বিকিনী !
এই ফটোত ছাৰাই বহু ৰঙৰ মাজত বিকিনী পৰিধান কৰিছে ৷ তেওঁ উজ্জ্বল সুমথিৰা ৰঙৰ টপ আৰু দেহৰ নিম্নাংশত গুলপীয়া সাজ পৰিধান কৰিছে ৷
সুমথিৰা ৰঙৰ বিকিনীত ছাৰা
এই ফটোত ছাৰাই উজ্জ্বল সুমথিৰা ৰঙৰ বিকিনী পৰিধান কৰিছে আৰু দেহৰ সৈতে মিলা খোলাৰ নেকলেচ পিন্ধিছে ৷
ভাসমান পৰী !
ছাৰাৰ এই বিকিনী পৰিহিত ফটো মালদ্বীপত তোলা ৷ তেওঁ মালদ্বীপৰ সৌন্দৰ্য উপভোগ কৰি এনেদৰে ভাসমান অৱস্থাত ফটো উঠে ৷
গুলপীয়াৰ প্ৰেমত !
এখন নৌকাত এনেদৰে অৱস্থান কৰি ছাৰাই এই ফটো তুলিছে ৷ গুলপীয়া ট’পৰ সৈতে তেওঁ বিকিনী পৰিধান কৰিছে ৷
নিয়’নৰ প্ৰতি প্ৰেম !
এই ফটোত ছাৰাক উজ্জ্বল নিয়ন ৰঙী হালধীয়া বিকিনী পৰিহিত অৱস্থাত দেখা গৈছে ৷
শুভ্ৰ বগাৰ মাজত
এই ফটোত ছাৰাই পৰিধান কৰা সকলো সাজেই বগা ৷
জেব্ৰা প্ৰিণ্ট
মহাসাগৰৰ পাৰত তোলা এই ফটোত ছাৰাই জেব্ৰা প্ৰিণ্ট বিকিনী পৰিধান কৰিছে ৷
ভিন্ন ৰঙী সাজত
এই ফটোত ছাৰাই সুমথিৰা, নীলা আৰু হালধীয়া বিকিনী পৰিধান কৰিছে ৷ তেওঁ মহাসাগৰত ৰ’দ লৈ থকাৰ সময়ত এই ফটো তোলা হৈছে ৷