ছাৰা তেণ্ডুলকাৰ এগৰাকী নতুন ফেশ্বন আইকন
Published on:
সহস্ৰ জনৰ মাজত এগৰাকী ছাৰা
ছাৰাৰ হাঁহিটি অতিকৈ মৰমলগা
ষ্ট্ৰীত ষ্টাইল লুকত কোনেও পিছ পেলাব নোৱাৰে ছাৰাক
ক'লা হৈছে ছাৰাৰ প্ৰিয় ৰং
ছাৰাৰ দেওবাৰ সমূহত এভুমুকি
বগা ৰঙে আকৰ্ষণীয় কৰি তোলে ছাৰাক
ৰঙা ৰঙে অতিকৈ শুৱাই ছাৰাক
মিঠা হাঁহিটিৰে খুবেই ধুনীয়া দেখাই ছাৰাক