পুৰুষক ধৰাশায়ী কৰিব পৰা ৰঙা পোছাকত শিল্পা শেট্টীঃ
মিনি ড্ৰেছত চমক দিছে
শিল্পা সদায়ে আকৰ্ষণীয়। সেইদৰে এই মিনি ড্ৰেছতো তেওঁক হট দেখাইছে ৷
উজ্জ্বল ৰঙা পোছাকত
এই বডীকন ৰঙা পোছাকত শিল্পাই দেহৰ সৌষ্ঠৱ প্ৰদৰ্শন কৰিছে ৷
সুন্দৰী আৰু ব’ল্ডঃ
এটা আকৰ্ষণীয় লুক সৃষ্টিৰ বাবে শিল্পাই ঘন ৰঙা পটীৰ টপৰ সৈতে শিল্পাই এটা লেডাৰৰ স্কাৰ্ট পিন্ধিছে ৷ তেওঁৰ এই ৰূপে বহুতৰে দৃষ্টিহৰণ কৰিছে ৷
ফেশ্বনৰ পোচাকতঃ
দেহৰ সৈতে লিপিত খাই পৰা ফেশ্বনৰ পোচাকত শিল্পাই অনেকৰ মনত শিহৰণৰ সঞ্চাৰ কৰিছে ৷
ব’ল্ড কিন্ত ফৰ্মেল লুকতঃ
এটা ফৰ্মেল ৰূপ সৃষ্টিৰ বাবে শিল্পাই এযোৰ ৰঙা পেণ্টছ্যুট পিন্ধিছে ৷
ৰঙা পোচাকত শান্ত-সমাহিত কিন্তু উচ্ছল হৈ উঠিছেঃ
মুম্বাইত এক পাৰ্টীত অংশ ল’বলৈ শিল্পাই এযোৰ ৰঙা পোচাক পিন্ধিছে ৷
দেশীৰূপত লেহেংগাত শিল্পাঃ
দেশী ৰূপত লেহেংগা পৰিধান কৰি শিল্পাই কেমেৰাৰ সন্মুখত ধৰা দিলে এনেদৰে ৷
মূৰ আচন্দ্ৰাই কৰা শাড়ীৰ গাউন পিন্ধি শিল্পাঃ
ৰঙা শাড়ীৰ গাউন বাচনি কৰি শিল্পাই দেহবল্লৰী প্ৰদৰ্শন কৰিছে ৷ তাৰ সৈতে মিলা বস্ত্ৰ কঁকালত মেৰিয়াইছে ৷
ৰঙা কাপোৰত দেশী হট লুকতঃ
দেশী সুন্দৰীৰ এক হট লুকৰ বাবে তেওঁ মসৃণ ৰঙা শাড়ী আৰু ডিঙি আবৰি ৰখা ব্লাউজ পিন্ধিছে ৷
নৈশ সুন্দৰীৰ পোছাকতঃ
নিশা কেনেধৰণৰ পোচাক পৰিধান কৰিব লাগে, তাৰ যেন এটা ধাৰণা দিছে অভিনেত্ৰীগৰাকীয়ে ৷ তেওঁ এটা শ্বৰ্টৰ সৈতে মিডি পোচাক পৰিধান কৰিছ ৷
নৈশ সুন্দৰীৰ পোছাকতঃ
নিশা কেনেধৰণৰ পোচাক পৰিধান কৰিব লাগে, তাৰ যেন এটা ধাৰণা দিছে অভিনেত্ৰীগৰাকীয়ে ৷ তেওঁ এটা শ্বৰ্টৰ সৈতে মিডি পোচাক পৰিধান কৰিছ ৷