আলিয়া ভাটৰ আটাইতকৈ আকৰ্ষণীয় কইনাৰ সখীৰ ৰূপৰ সাজ সমূহ
আলিয়া ভাটৰ আটাইতকৈ আকৰ্ষণীয় কইনাৰ সখীৰ ৰূপৰ সাজ সমূহ

আলিয়া ভাটৰ আটাইতকৈ আকৰ্ষণীয় কইনাৰ সখীৰ ৰূপৰ সাজ সমূহ

আজিৰ অসম আলিয়া ভাটৰ আটাইতকৈ আকৰ্ষণীয় কইনাৰ সখীৰ ৰূপৰ সাজ সমূহ 10 December, 2021
Published on

আজিৰ অসম

আলিয়া ভাটৰ আটাইতকৈ আকৰ্ষণীয় কইনাৰ সখীৰ ৰূপৰ সাজ সমূহ

১০ ডিচেম্বৰ ২০২১

ব্লাউজ যিয়ে সকলোকে ঘূৰি চাবলৈ বাধ্য কৰাই

শেহতীয়া ভাৱে কইনাৰ সখীৰ ৰূপত আলিয়া ভাটে পৰিধান কৰা সাজ যোৰে সকলোকে তেওঁলৈ ঘূৰি চাবলৈ বাধ্য কৰাইছিল। আকৰ্ষণীয় ষ্টাইলত কটা এই ব্লাউজটোৱে অভিনেত্ৰী গৰাকীৰ সৌন্দৰ্য্যতাৰ বৰ্ণন কৰিছিল।

সহজভাৱে অতুলনীয়

এমব্ৰইডায়েৰী কৰা গুলপীয়া বৰণৰ লেহেংগা আৰু তাৰ লগত পৰিধান কৰা ডাঙৰ কাণফুলি যোৰে কোনো কষ্টৰ অবিহনে অন্য কইনা সখী সমূহক পিছ পেলাইছিল অভিনেত্ৰী গৰাকীয়ে।

সৰ্বশ্ৰেষ্ঠ

এক হাত যুক্ত কাফটান আৰু দীঘলীয়া কাণফুলিৰে, পুনৰ এবাৰ সকলোকে পিছ পেলাইছে আলিয়া ভাটে।

পাতলীয়া বৰণ

পাতলীয়া বৰণ সমূহ সদায়ে প্ৰিয়। পাতল আৰু আকৰ্ষণীয় ৰং সমূহে সদায় মন ভাল কৰি ৰাখে। শীতকালিৰ উৎসৱ সমূহৰ বাবে এই বৰণৰ সাজ সৰ্বোত্তম।

আকৰ্ষণীয় কৰি ৰাখা

লেহেংগা সদৃশ স্কাৰ্ট আৰু টপে উৎসৱৰ দিন সমূহ সুন্দৰ ভাৱে সজাই তুলিব পাৰে।

ঘেৰ যুক্ত ঘাঘৰা

যিমান বেছি ঘেৰ, সিমান বেছি আমেজ। এই ঘেৰ সমূহ আৰু সুন্দৰ ভাৱে সজাই তুলিবৰ বাবে আৰু নিজৰ সাজ যোৰ আকৰ্ষণীয় ভাৱে সজাই তুলিবৰ বাবে ঘাঘৰা সমূহ অতি উত্তম।

জিলিকি উঠা

নৈশ উৎসৱ সমূহত নিজকে আৰু অলপ জিলিকাই তুলিবলৈ পৰিধান কৰা ধাতৱ যুক্ত সাজ।

দূপত্তাৰ খেল

ভাৰতীয় সাজ সমূহ সম্পূৰ্ণ কৰে এখন সুন্দৰ দূপত্তাই। সেয়ে মৰম আৰু ষ্টাইলেৰে নিজৰ সাজ সমূহৰ লগত মেৰাই লোৱা এখন সুন্দৰ দূপত্তা।

দেশী লুক

লেছ খটোৱা শাৰী সমূহ মেৰাই লোৱাৰ বিকল্প সদায়ে আমোদজনক।

বন্ধেজ

উৎসৱ সমূহত সৰ্বোত্তম দেখাবৰ বাবে পৰিধান কৰিব পাৰে ভিন্ন মুদ্ৰণ সংযুক্ত সাজ সমূহ। আলিয়া ভাটে পৰিধান কৰা শব্যাসাচিৰ এই বিশেষ বন্ধেজ লেহেংগা যোৰ সুন্দৰ আৰু ইয়াৰ কাম অতিকৈ সূক্ষ্ম।

কপালিকা

সাজসমূহ আৰু সুন্দৰ কৰি তোলে অলংকাৰ সমূহে। এখন শাৰী আৰু এডাল কপালিকাই আপোনাক কৰি তুলিব পাৰে অতিকৈ আকৰ্ষণীয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com