মিজোৰামৰ কিছু জনপ্ৰিয় খাদ্য সামগ্ৰী
Web Stories
মিজোৰামৰ কিছু জনপ্ৰিয় খাদ্য সামগ্ৰী
আজিৰ অসম মিজোৰামৰ কিছু জনপ্ৰিয় খাদ্য সামগ্ৰী 23 Nov, 2021
বাই
বাই হৈছে মিজোৰামৰ চিনাকী। এই চুৰূহা তৈয়াৰ কৰা হয় বিভিন্ন ধৰণৰ শাক - পাচলি একত্ৰিত কৰি।
মিজো ভাৱক্সা
মিজো ভাৱক্সা হৈছে ৰাজ্য খনৰ এক পৰম্পৰাগত খাদ্য সম্ভাৰ। ইয়াক তৈয়াৰ কৰা হয় গাহৰি মাংস আৰু নানান বনৌষধি শাকৰ সৈতে।
ছুম হান
বিভিন্ন শাক - পাচলিৰে তৈয়াৰী ছুম হান সোৱাদত অপূৰ্ব আৰু অতিকৈ স্বাস্থ্যকৰ
চনপিয়াও
চনপিয়াও মিজোৰামৰ সবাটোতকৈ জন প্ৰসিদ্ধ ৰন্ধন বিধি
বাঁহ গাজ ফ্ৰাই
মিজোৰামৰ অন্য এবিধ অতিকৈ জনপ্ৰিয় জলপান হৈছে বাঁহ গাজ ফ্ৰাই
পাঁচ ফুৰণ তৰকাৰী
পাঁচ ফুৰণ হৈছে কেইবা বিধ মচলাৰ সমান ভাগত সংমিশ্ৰণ, যেনে ক'লা জীৰা, মেথি, ছফ, জীৰা আৰু সৰিয়হ।
কোট পিঠা
কোট পিঠা হৈছে মিজোৰামৰ পৰম্পৰাগত মিঠাই। ইয়াক প্ৰস্তুত কৰা হয় পিঠা গুৰি আৰু কলৰ সৈতে।
বেকাং
বেকং হৈছে এটি কাষৰীয়া খাদ্য। ইয়াক তৈয়াৰ হয় ছয়াবিন কিন্বন কৰি।