বিককেটৰ বিবাহ : দৰাৰুপী বিকি কৌশলৰ কিছু আকৰ্ষণীয় লুক
সবাটোতকৈ ষ্টাইলিছ দৰা
বিকি কৌশলৰ শেহতীয়া ষ্টাইলিছ লুক কিছু আমোদজনক। ৩৩বছৰীয়া অভিনেতা গৰাকীক দেখিবলৈপোৱা গৈছে চৰ্ট কুৰ্তা আৰু ফৰ্মেল পেণ্টত। নিসন্দেহে বিকি কৌশল হ'ব এই বছৰৰ সবাটোতকৈ আকৰ্ষণীয় দৰা, আৰু আমি তেওঁৰ এই ৰূপ চাবলৈ অধিৰ অপেক্ষাৰত
শব্যসাচীত
ক'লা বন্ধগলা কুৰ্তা আৰু বগা পেণ্টেৰে অতিকৈ আকৰ্ষণীয় ৰূপত বিকি কৌশল
মণ'টন
পিন স্ত্ৰাইপড ব্লেজ্জাৰ আৰু তাৰ লগত ষ্টাইল কৰা ধূসৰ বৰণীয়া স্কাৰ্ফৰ সৈতে দেখাত অতুলনীয় হৈ পৰিছে অভিনেতা গৰাকী
ৰেখিত সাঁজ অতি শুদ্ধ
ৰেখিত সাঁজ কেতিয়াও ভুল হ'ব নোৱাৰে, লাগিলে সেইয়া পৰম্পৰাগত সাঁজেই কিয় নহওঁক। অনিতা দংৰেয়ে ষ্টাইল কৰা চাৰ্ট সদৃশ কুৰ্তাক সুন্দৰ ভাৱে সজাই তোলা হৈছে অন্তৰ অগ্নি পেন্টৰ সৈতে
সুঠাম যুৱক
ডাঠ ক'লা কুৰ্তা আৰু তাৰ লগত ষ্টাইল কৰা স্কাৰ্ফেৰে সকলোকে নিজৰ প্ৰতি আকৃষ্ট কৰিছে অভিনেতা বিকি কৌশলে। এই লুক সম্পূৰ্ণ কৰিছে এযোৰ ক'লা ছানগ্লাচেৰে
কুৰ্তা স্বেগ
বগা কুর্তা আৰু ষ্টলেৰে এক বিশিষ্ট ফেশ্বন গ'ল স্থাপিত কৰিছে অভিনেতা গৰাকীয়ে
অপূৰ্ব ক'লা
ক'লা কুৰ্তা আৰু তাৰ লগত খাপ খোৱা ষ্টলেৰে অপূৰ্ব ৰূপত বিকি কৌশল। ইয়াৰ লগতে তেওঁ পৰিধান কৰিছে একেই বৰণৰ ছানগ্লাচ
ভাৰত- পশ্চিমীয়া লুক
কিউবান কলাৰ সংযুক্ত চাৰ্ট সদৃশ কুৰ্তা আৰু অন্তৰ অগ্নি পেণ্টেৰে সকলোকে মোহিত কৰিছে বিকি কৌশলে
লেয়াৰিং অতি সুন্দৰভাৱে
বিকি কৌশলে পৰিধান কৰিছে চাৰ্ট সদৃশ কুৰ্তা, তাৰ ওপৰত এটি ব্লেজ্জাৰ আৰু একেই বৰণৰ এটা পেণ্ট। তেওঁৰ এই লুক অতিকৈ প্ৰশংসনীয়