কেৱল ৰণবীৰ সিঙে প্ৰধান কৰিব পৰা কেইটা মান বিশেষ সাজ
কাউবয় কৰিশ্মা
ক'লা তাৰটেল ডিঙিৰ টপ, বগা বেলবত্তম পেন্ট, ধূসৰ বৰণীয়া কোট আৰু মটীয়া ৰঙৰ হেটৰ সৈতে ৰণবীৰ সিঙক দেখাত লাগিছে এজন কাউবয়ৰ দৰে
গল্ডেন বয়
সোণালী বৰণৰ তাৰটেল ডিঙিৰ টপ, আৰু হালধীয়া পেন্ট পৰিধান কৰি ৰণবীৰ সক্ষম হৈছিল সকলোৰে দৃষ্টি নিজৰ দিশে আকৃষ্ট কৰিবলৈ
বিচিত্ৰ পেন্টচুট
এযোৰ বিচিত্ৰ পেন্টচুটৰ সৈতে প'জ দিছে অভিনেতা গৰাকীয়ে যাৰ সৈতে পৰিধান হেট আৰু এখন ৰঙা স্কাৰ্ফ
ভাৰত - পশ্চিমীয়া লুক
ৰণবীৰে পৰিধান কৰিছে শব্যাসাচীৰ কিছু পৃথক প্ৰিণ্টেৰে ভৰা এযোৰ ভাৰত - পশ্চিমীয়া সাজ
টাইগাৰ বয়
অভিনেতা গৰাকীক প্ৰত্যক্ষ কৰা গৈছিল বাঘৰ প্ৰিণ্ট থকা এটি টপ, আৰু ৰঙা ৰঙৰ পেণ্টেৰে
ডাপাৰ লুক
কিছু ডাঙৰ আকৃতিৰ গুচ্চিৰ জেকেট, আৰু বৰ্গাকৃতিৰ চশমাৰ সৈতে কিছু আকৰ্ষণীয় দেখা গৈছিল অভিনেতা গৰাকীক
গুচ্চিৰ প্ৰেমিক
বগা ৰঙৰ চশমাৰ সৈতে ৰণবীৰে পৰিধান কৰা গুচ্চিৰ ট্ৰেকচুটযোৰ, বিমানবন্দৰৰ লুকৰ বাবে সৰ্বশ্ৰেষ্ঠ
ডিজাইনাৰ সাজত অভূতপূৰ্ব
ৰণবীৰ সিঙক প্ৰত্যক্ষ কৰা হৈছে এযোৰ নীলা ৰঙৰ ট্ৰেকচুটত, যাৰ লগতে আছে এটি ডাঙৰ কোট আৰু ভিন্ন হেটৰ সৈতে, আৰু ডিঙিৰ শোভা বৰ্ধন কৰিছে আকৰ্ষণীয় অলংকাৰে
ষ্ট্ৰীত ষ্টাইল গ্লেম
এটি সুন্দৰ চিত্ৰাঙ্কনেৰে ভৰা টি চাৰ্ট, লাইলাক বৰণৰ পেন্ট আৰু চিতাৰ প্ৰিণ্ট থকা স্নিকাৰৰ সৈতে ফেশ্বনৰ স্তৰ উচ্চ প্ৰতিষ্ঠিত কৰিছিল অভিনেতা গৰাকীয়ে
ডিস্ক' লাভাৰ
গুচ্চিৰ অন্য এযোৰ সাঁজৰ দেখিবলৈ পোৱা গৈছে ৰণবীৰ সিঙক, বজাৰ ৰং অতি উজ্জ্বল আৰু চকুত লগা