ডিচেম্বৰ মাহত প্ৰেমত পৰিব বিচাৰে নেকি ?  কি কি ৰাশিৰ ব্যক্তি সৌভাগ্যবান জানেনে ?
ডিচেম্বৰ মাহত প্ৰেমত পৰিব বিচাৰে নেকি ? কি কি ৰাশিৰ ব্যক্তি সৌভাগ্যবান জানেনে ?

ডিচেম্বৰ মাহত প্ৰেমত পৰিব বিচাৰে নেকি ? কি কি ৰাশিৰ ব্যক্তি সৌভাগ্যবান জানেনে ?

আজিৰ অসম ডিচেম্বৰ মাহত প্ৰেমত পৰিব বিচাৰে নেকি ? কি কি ৰাশিৰ ব্যক্তি সৌভাগ্যবান জানেনে ? 13 December, 2021
Published on

উৎসৱৰ বতৰ-বন্ধৰ দিন-নতুন দিনৰ আৰম্ভণি !

ডিচেম্বৰ মাহটো উৎসৱৰ বতৰ তথা নতুন দিনৰ আৰম্ভণিও। এই মাহতে বৰদিন বা খ্ৰীষ্টমাছ উদযাপন কৰা হয়। ইয়ে প্ৰেম আৰু নতুন আৰম্ভণিকো সূচায় ৷ ইংৰাজী নতুন বছৰেও পাতনি মেলিব ৷

ডিচেম্বৰ মাহৰ গুৰুত্ব !

ডিচেম্বৰ মাহৰ বন্ধৰ দিনসমূহে প্ৰেম, পুৰণি স্মৃতি ৰোমন্থন আৰু নতুন বছৰক আদৰাৰ প্ৰস্তুতিক সূচায়।

বৃষঃ

বৃষ ৰাশিৰ ব্যক্তিয়ে প্ৰকৃত প্ৰেম লাভ কৰিব ৷ তেওঁলোকে এনে ব্যক্তিক লগ পাব পাৰে, যিয়ে তেওঁলোক প্ৰকৃততে কি, সেয়া বুজি পাব ৷

কৰ্কটঃ

এই সময়ছোৱাত কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজকে মুক্ত আৰু সুখী অনুভৱ কৰিব ৷ তেওঁলোকে এনে ব্যক্তিক লগ পাব পাৰে, যি ব্যক্তি প্ৰেমৰ বাবে সঁচাকৈয়ে যোগ্য ৷

ধনুঃ

ধনু ৰাশিৰ ব্যক্তিয়ে প্ৰেম-জীৱনত গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকক সবাতোকৈ ভালপোৱা ব্যক্তিগৰাকীৰ যতন লয়।

মকৰঃ

মকৰ ৰাশিৰ ব্যক্তিয়ে এনে ৰাশিৰ ব্যক্তিক লগ পাব, যিয়ে তেওঁলোকে লোৱা প্ৰতিটো সিদ্ধান্তক সমৰ্থন কৰে ৷

কুম্ভঃ

কুম্ভ ৰাশিৰ ব্যক্তিয়ে এনে ব্যক্তিক লগ পাব, যিয়ে তেওঁলোকৰ মনৰ পৰা অ-সুৰক্ষিত ভাব দূৰ কৰিব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com